• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক্ মুহূৰ্তত গুৱাহাটীক সজাই তুলিবলৈ সকলো বিভাগকে কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 4:15 pm
গুবাহাটী মহনগৰৰ সৌন্দৰ্য বৰ্দ্ধন

গুবাহাটী মহনগৰৰ সৌন্দৰ্য বৰ্দ্ধন

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে মহানগৰখনৰ ভিতৰৰ কামবোৰ হাতত ল’বলৈ সকলো বিভাগকে নিৰ্দেশ দিছে। অহা ৩-৪ ফেব্ৰুৱাৰীত মহানগৰখনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগকাৰীৰ সন্মিলনৰ বাবেই এই নিৰ্দেশ দিয়া হৈছে।

সকলো বিভাগকে তেওঁলোকক অৰ্পণ কৰা কামসমূহ ২৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০ এম অংগমুথুৱে এই কথা জানিবলৈ দিছে।

Apply Now

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জিএমডিএ), গড়কপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ), ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ (এনএইচএআই), গড়কপ্তানি (গুৱাহাটী পথ সংমণ্ডল আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) হ’ব কাৰ্যবাহী সংস্থা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰৰ সৌন্দৰ্য বদ্ধৰ্ন আৰু পৰিস্কৰণ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰীৰ ৰ’টাৰী পইন্টলৈ পথৰ সৌন্দৰ্যবৰ্দ্ধন তথা মেৰামতিৰ কামৰ লগতে এলজিবিআই বিমানবন্দৰৰ পৰা খানাপাৰালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বাঁহৰ বেৰিকেড বনোৱাৰ দায়িত্ব এওঁলোকৰ হাতত অৰ্পন কৰা হৈছে।

এই সংস্থাসমূহ জাৱৰ-জোথৰকে ধৰি অন্যান্য পৰিত্যক্ত বস্তু অঁতৰোৱা আৰু বৰঝাৰ উৰণীয়া সেতু আৰু ৰ’টাৰী পইন্টত কলাত্মক শোভা বৰ্দ্ধন, সকলোবোৰ ষ্ট্ৰীট লাইট আলংকাৰিক এল ই ডি লাইটেৰে সজাই তোলাৰ লগতে বিমানবন্দৰৰ পৰা জালুকবাৰী হৈ খানাপাৰালৈকে সকলোবোৰ নজ্বলা ষ্ট্ৰীষ্ট লাইট সলনি কৰাৰ কামৰ বাবে দায়বদ্ধ থাকিব।

অনুষ্ঠানটোৰ বাবে মহানগৰ আৰক্ষী আৰু ডিটিঅ’ক এখন যান-বাহন নিয়ন্ত্ৰণৰ কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ দ্বাৰা ভ্ৰমণ সুচল কৰি তোলা হ’ব আৰু নিশ্চিত কৰা হ’ব যাতে যান-বাহনৰ পাৰ্কিং, ট্ৰাক আৰু কেবসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মূল পথেৰে যাতায়তৰ অনুমতি দিয়া নহ’য়।

বন বিভাগ, এছডিআৰএফ আৰু এপিডিচিএলক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু নদীৰ পাৰত গছপুলি ৰোপণ, গুৱাহাটীৰ সকলো প্ৰধান যোগাযোগৰ পথসমূহ মেৰামতিৰ দায়িত্ব ন্যস্ত কৰা হৈছে।

গুৱাহাটী পৌৰ নিগম (জিএমচি)ক ফুটপাথত থকা সকলবোৰ অকৰ্তৃত্বশীল হ’ৰ্ডিং, বেনাৰ আৰু প’ষ্টাৰ অঁতৰোৱাৰ লগতে আৰ জি বৰুৱা ৰোড, ডি এছ ৰোড,উলুবাৰী আৰু এটি ৰোডৰ ফুটপাথৰ দোকান-পোহাৰকে ধৰি সকলোবোৰ বেদখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ উৰণ আৰু অৱতৰণ অঞ্চল তথা পাৰ্কিং অঞ্চলকে ধৰি সমগ্ৰ বিমানবন্দৰ চৌহদৰ মেৰামতি তথা পৰিস্কৰণ দায়িত্ব থাকিব ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ।

উপায়ুক্তগৰাকীয়ে কয় যে গুৱাহাটীৰ ভিতৰৰ তথা বাহিৰৰ সকলোবোৰ উৰণীয়া সেতু সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি ৰং-কৰা, অংকন কৰা আৰু সজাই তোলাৰ কাম হাতত লোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd