• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীৰচা মুণ্ডাৰ সোঁৱৰণত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে পুঁজি প্ৰদান কৰিব ৰাজ্য চৰকাৰে : সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 8:39 pm
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ওদালগুৰি জিলাৰ খোকাবস্তিত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত ১৫ সংখ্যক আদিবাসী মহোৎসৱত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। মুখ্য অতিথিৰ ভাষণত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘আদিবাসী লোকসকল ৰাজ্যখনৰ এক অমূল্য সম্পদ। ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশত এই জনগোষ্ঠীটোৰ লোকসকলে যথেষ্ট বৰঙণি আগবঢ়াইছে। আদিবাসী সমাজত আছে দক্ষতা, সততা, কষ্টসহিষ্ণুতা। সেয়েহে এই জনগোষ্ঠীটোৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে বাস্তৱসন্মত পদক্ষেপ লৈ আছে আৰু ভৱিষ্যতেও এই পদক্ষেপ অব্যাহত থাকিব।‘

ভাষণৰ আৰম্ভণিতে মুখ্য মন্ত্ৰীয়ে আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাক্ৰাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আদিবাসী লোকসকলৰ বহু সংখ্যক সমস্যা আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰে এই সমস্যা সমূহ সমাধানৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰাৰ লগতে এই দিশত আৰু অধিক আঁচনি হাতত লোৱা হ’ব বুলিও কয়। আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে আছাৰ দ্বাৰা প্ৰদান কৰা স্মাৰকপত্ৰত উল্লেখ কৰা দাবী সমূহৰ ক্ষেত্ৰত সংগঠনটোৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত ইতিবাচক পদক্ষেপ লোৱা হ’ব বুলি কয়।

Apply Now

আদিবাসী জনগোষ্ঠীৰ প্ৰখ্যাত নেতা বীৰচা মুণ্ডাৰ সোঁৱৰণত খোকাবস্তিত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে যাৱতীয় পুঁজি চৰকাৰে প্ৰদান কৰিব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কোৱাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টনৰ উদ্যোগ লোৱাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক নিৰ্দেশ দিয়ে।

অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসে ভাষণ প্ৰসংগত প্ৰতি তিনি বা চাৰিখন চাহ বাগিচা এলেকা সামৰি ৰাজ্য চৰকাৰে একোখনকৈ হাইস্কুল স্থাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে বুলি কয়। লগতে তেওঁ আদিবাসী জনগোষ্ঠীৰ বসতি অঞ্চল সমূহত ৰাজ্য চৰকাৰে দক্ষাত উন্নয়ন কেন্দ্ৰ, প্ৰশাসনীয়া তথা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱৰ্তীণ হ’ব পৰাকৈ প্ৰশিক্ষণ প্ৰদান, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান আৰু ‘সৌভাগ্য’ আঁচনিৰ জৰিয়তে বিজুলীৰ যোগানৰ দৰে পদক্ষেপ সমূহ গ্ৰহণ কৰিছে বুলি কয়।

আছুৰ সভাপতি প্ৰদীপ নাগে সভাপতিত্ব কৰা  এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰ, ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসকে ধৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd