DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত নহয় অসমকে ধৰি চুবুৰীয়া ৰাজ্যৰ ভূমি : কিৰেণ ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 8:16 am
কিৰেন ৰিজিজু
312
VIEWS
Share on FacebookShare on Twitter

বৃহত্তৰ নাগালিম গঠনৰ বিষয়টোৱে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত সময়ে সময়ে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ সময়তে কালি লোকসভাত কিৰেণ ৰিজিজুৱে বৃহত্তৰ নাগালিমত অসম তথা আন চুবুৰীয়া ৰাজ্যৰ ভূমি অন্তৰ্ভুক্ত নহয় বুলি প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী গৰাকীয়ে কয় যে ২০১৫ চনৰ আগষ্টতে স্বাক্ষৰিত নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টে অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ভৌগোলিক অখণ্ডতাক বিঘ্নিত নকৰে।

বৃহত্তৰ নাগালিম গঠনকলৈ ইয়াৰ চুবুৰীয়া ৰাজ্যকেইখনত চলি থকা প্ৰতিবাদ সম্পৰ্কে অৱগত বুলি উল্লেখ কৰি তেওঁ কয় যে চুবুৰীয়া ৰাজ্যকেইখনৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিবলৈ কেন্দ্ৰ সম্পুৰ্ণৰূপে দায়বদ্ধ।

উল্লেখযোগ্য যে এন এছ চি এনে দাবী কৰা অনুসৰি নাগালিম গঠন হ’লে অসম, অৰুণাচল তথা মণিপুৰৰ বহু অঞ্চল নাগালিমত অন্তৰ্ভুক্ত হ’ব, সেয়ে নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ বাবে ৰাজ্যকেইখনৰ দল-সংগঠণ তথা জনসাধাৰণে দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে আজিলৈকে চুক্তিখন ৰাজহুৱা কৰা নায়।

এনে পৰিস্থিতিত কালি লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে কৰা ঘোষণাই ভৱিষ্যতে কি ফল দেখোৱাই সেয়া লক্ষ্যণীয় হ’ব।

Recent News

broilers seized in Srirampur

নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ! শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ

Indore Temple Floor Collaps

ইন্দোৰত ভয়াৱহ দুৰ্ঘটনা: মন্দিৰৰ পুখুৰীত পৰি ১২ গৰাকীৰ মৃত্যু

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd