• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বেছি লিখা-পঢ়া কৰি লাভ নাই’ : ৰাজ্যপালৰ আজৱ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া হাফলঙত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 13, 2018 5:22 pm
JagdishMukhi
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিনীয়া ভ্ৰমণসূচী লৈ প্ৰথমবাৰ হাফলঙলৈ যোৱা ৰাজ্যপাল জগদীশ মুখী একাধিক বিতৰ্কত সোমাই পৰা দেখা গৈছে। ভি আই পি সংস্কৃতিৰ নজিৰবিহীন মাত্ৰা প্ৰদৰ্শনেৰে হাফলংবাসীক জ্বলা-কলা খুওৱাৰ পিছতে নিজৰ আজৱ মন্তব্যৰে অঞ্চলটোৰ সচেতন নাগৰিকৰৰ সমালোচনাৰ পাত্ৰ পৰিছে ৰাজ্যপালজন।

উল্লেখযোগ্য যে বুধবাৰে আৱৰ্ত ভৱনত ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু তেতিয়া তেওঁ কৈছিল যে বেছি লিখা-পঢ়া কৰাৰ প্ৰয়োজন নাই। তেওঁ ক্লাছ টে’ন পাছ কৰি বা দ্বাদশ শ্ৰেণী পাছ কৰি ছমাহৰ প্ৰশিক্ষণ লৈ খেতিত ধৰিলেই হ’ল বুলি কৈছিল।

Apply Now

dws photo

উচ্চ শিক্ষাৰ জৰিয়তে কৰ্মদক্ষতা তথা বিশেষ পৰ্য্যায়ৰ জ্ঞান আহৰণৰ প্ৰয়োজনীয়তা থকাৰ দিনত ৰাজ্যপালৰ দৰে পদবীত থকা লোকৰ এনে অদ্ভুত মন্তব্যই হতাশ কৰিছে সচেতন নাগৰিকক। যিসময়ত সমাজৰ সকলো স্তৰৰ প্ৰায় প্ৰতিজন মানুহেই এটা বৌদ্ধিক জীৱনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আহিছে, কৰ্মসংস্থাপনৰ বাবে নহ’লেও ব্যক্তিত্বৰ উত্তৰণৰ বাবেই উচ্চ শিক্ষা অপৰিহাৰ্য্য হৈ পৰিছে, সেই সময়ত ৰাজ্যপালৰ এনে মন্তব্যত আশ্চৰ্য্য প্ৰকাশ কৰিছে সচেতন নাগৰিকসকলে।

ৰাজ্যপালজনৰ এনে টুলুঙা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ডিমাচা উইমেন ছ’চাইটি। ৰাজ্যপালক তেওঁৰ এই মন্তব্য প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে উইমেন ছ’চাইটিয়ে। উইমেন ছ’চাইটিৰ সভানেত্ৰী ৰিংমিলা হোজায়ে কয় যে ৰাজ্যপালৰ নিচিনা সাংবিধানিক পদত বহি এনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক।

উল্লেখযোগ্য যে জগদীশ মুখী নিজেই এজন পি এইচ্চ ডি ডিগ্ৰীধাৰী। আনহাতে তেওঁ এসময়ৰ দিল্লী চৰকাৰৰ উচ্চশিক্ষা মন্ত্ৰীও আছিল।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd