DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেডমিণ্টন এছিয়াৰ উপ সভাপতিৰূপে নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 5:46 pm
assam minister himanta new vp of badminton asia
107
VIEWS
Share on FacebookShare on Twitter

বেদমিণ্টন এছিয়া ( Badminton Asia )ৰ উপ সভাপতিৰূপে নিৰ্বাচিত হৈছে অসমৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এছিয়াৰ বেদমিণ্টন নিয়ন্ত্ৰক সংস্থাটোৰ বেংককত আজি ১৭ মে’ত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত শৰ্মাক সৰ্বসন্মতিক্ৰমে এই পদৰ বাবে নিৰ্বাচিত কৰা হয়।

বেদমিণ্টন এছছিয়েশ্বন অৱ ইন্দিয়াৰ সভাপতিৰ দায়িত্বত থকা মন্ত্ৰী শৰ্মা বেদমিণ্টন এছিয়া ফেদাৰে’শ্বনৰ প্ৰতিবন্ধী সমিতিৰো সভাপতি।

বিশ্ব বেদমিণ্টন ফেডাৰে’শ্বনৰ অন্তৰ্ভুক্ত বেদমিণ্টন এছিয়া এছিয়াত বেদমিণ্টন খেলৰ পৰিচালনা সংস্থা।

সংস্থাটোৰ উপ সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়াত মন্ত্ৰীজনে কয় যে ‘অঞ্চলটোত বেদমিণ্টনক শক্তিশালী কৰাৰ বাবে আৰু এছিয়াৰ দেশসমূহৰ মাজত অধিক সমন্বয় সাধনৰ বাবে মই মোৰ সৰ্বশ্ৰেষ্ঠ অৰিহণা আগবঢ়াম।’

নতুন দায়িত্বৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে শৰ্মাক ভাৰতৰ আগশাৰীৰ বেদমিণ্টন তাৰকা ছাইনা নেহৱালে টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এচচিয়েচন অৱ ইণ্ডিয়াৰ দায়িত্বৰ পৰা আঁতৰাবৰ বাবে যোৱা ৩০ জানুৱাৰিত কমলেশ বাৰ্মা নামৰ এজন লোকে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজৰিত আবেদন যোৱা ৫ মাৰ্চত আদালতে গ্ৰহণ কৰিছিল।

ভাৰতৰ ক্ৰিকে’ট নিয়ন্ত্ৰণ ব’ৰ্ড সন্দৰ্ভত ন্যায়াধীশ আৰ এম লোধাই পূৰ্বে দিয়া এটা ৰায়ে এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে বুলি কোৱাৰ ভিত্তিত শৰ্মা এই দায়িত্বত থকাটো ‘বে-আইনী’ বুলি আবেদনখন কৰা হৈছিল।

কিন্তু যোৱা ৪ এপ্ৰিলত শৰ্মা বেডমিণ্টন এচচিয়েচন অৱ ইণ্ডিয়াৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হৈছিল।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd