• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতক শুকুলা নগৰী কৰি তোলাৰ লক্ষ্যৰে প্ৰশাসনৰ হোৱাইট ৱাচ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , April 13, 2018 4:01 pm

1 min read

বোকাখাত
79
VIEWS
Share on FacebookShare on Twitter

বিহুৰ সময়তে বোকাখাত নগৰখনক সজাই তুলিবৰ বাবে নতুন পদক্ষেপ লৈছে বোকাখাত মহকুমা প্ৰশাসনে ৷ নুমলীগড় শোধনাগাৰৰ সহযোগত নগৰখনত আৰম্ভ কৰা পোন্ধৰ দিনীয়া বিশেষ চাফাই অভিযানৰ উপৰি নগৰখনত হোৱাইট ৱাচো আৰম্ভ কৰিছে প্ৰশাসনে ৷

মহকুমা প্ৰশাসনে বোকাখাত নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠানক বেৰত বগা ৰং লগাবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

প্ৰশাসনৰ এই নিৰ্দেশৰ পাছতেই নগৰখনৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠানে বেৰত বগা ৰং সানিবলৈ উঠি-পৰি লাগিছে ৷ ক্ৰমান্বয়ে শুকুলা নগৰৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে বোকাখাত নগৰখনে ৷

বোকাখাতৰ নৱ নিযুক্ত মহকুমাধিপতি বিবেক শ্যামৰ নেতৃত্বত বোকাখাত নগৰখনত হোৱা চাফাই আৰু হোৱাইট ৱাচ অভিযানে সকলোৰে প্ৰশংসা বুটলিছে ৷ ইয়াৰ সমান্তৰালকৈ বোকাখাতত চলা চুলাই মদ আৰু অবৈধ লালী গুৰৰ বিৰুদ্ধেও অভিযান চলাই আছে প্ৰশাসনে ৷

নৱ নিযুক্ত মহকুমাধিপতি গৰাকীৰ নেতৃত্বতেই নগৰখনত অৱহেলিত হৈ পৰি থকা বিষয়াৰ জিৰণি চ’ৰাকো চূণকাম কৰি সজাই তোলাৰ লগতে বোকাখাতত মহকুমা পুথিভঁৰাল স্থাপনৰ প্ৰাৰম্ভিক কামো আৰম্ভ কৰিছে ৷

মন কৰিব লগীয়া যে কাজিৰঙাৰ কাষতে থকা বোকাখাত নগৰক পৰ্যটন নগৰী কৰি গঢ়ি তোলাৰ দাবী আৰু পূৰ্ণ পৰ্যায়ৰ পৌৰনগৰী কৰাৰ বাবে বোকাখাত নগৰক ১০ টা ৱাৰ্ডলৈ সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰশাসনে কি ব্যৱস্থা লয় সি  লক্ষণীয় হ’ব ৷ কিয়নো পৌৰসভালৈ উন্নীত হ’লেও বোকাখাত নগৰ আজিও চাৰিটা ৱাৰ্ডতে সীমাবদ্ধ ৷

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd