DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত পশুপালন আৰু দুগ্ধ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2018 10:41 am
IMG-20180729-WA0051
493
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই ২৯ জুলাইৰ দিনা বোকাখাতৰ কৃত্ৰিম গো-প্রজনন কেন্দ্রত আয়োজিত এক বিশেষ অনুষ্ঠানত  ৮১.৬২ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা বোকাখাত ৰাজ্যিক পশু চিকিৎসালয়খনৰ শুভ-উদ্বোধন কৰে৷

ইয়াৰ লগতে বোকাখাত মহকুমাত ৫.৫৩ কোটি টকা পুঁজিৰে নিৰ্মাণ কৰিব লগীয়া পশু-পালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়খনৰো আধাৰ-শিলা স্থাপন কৰে। একে দিনাই  বোকাখাতত মন্ত্রীগৰাকীয়ে ৩০ লাখ টকাৰ অসম পশুধন উন্নয়ন অভিকৰণৰ ভ্ৰাম্যমান বাহনখনৰো শুভ উদ্বোধন কৰে ৷

এই অনুষ্ঠানত অসম পশু ধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, পশু পালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনৰ লগতে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু মহকুমাধিপতি বিবেক শ্যামৰ উপৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

ইয়াৰ উপৰিও মন্ত্ৰী অতুল বৰাই বোকাখাতৰ দুগ্ধ উন্নয়ন প্ৰকল্পলৈ গৈ এখন মিল্ক পাৰ্লৰৰো আধাৰশিলা স্থাপন কৰে৷ মিল্ক পাৰ্লাৰৰ আধাৰ শিলা স্থাপন কৰি অতুল বৰাই কয় যে বোকাখাতত আৰম্ভ হ’ব লগা এই দুগ্ধ উন্নয়ন প্ৰকল্পই অঞ্চলটোৰ গাখীৰৰ বিপনন বৃদ্ধি কৰি স্থানীয় গোপালক সকলক সহায় কৰিব৷

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd