• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত পুৱতি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন; নতুন সমিতি গঠন, গ্ৰন্থ উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
June 1, 2018 11:06 pm
bokakhat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন ৩১ মে’ত সভাৰ নিজা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ দিনজোৰা অধিৱেশনৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি কল্পনা চেতিয়াই৷ বৃক্ষ ৰোপণ কৰে প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ নাথ গগৈয়ে৷ বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি যোগেন্দ্ৰ নাথ শৰ্মাই৷ স্মৃতি তৰ্পন কৰে প্ৰাক্তন সভাপতি মনোৰঞ্জন সেন আৰু অপূৰ্ব বৰদলৈয়ে৷ কল্পনা চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বিষয় বাচনি সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি তথা জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই৷ বিষয় বাচনি সভাত অপূৰ্ব বৰদলৈক সভাপতি, দিলীপ শইকীয়া আৰু মিনতি দলেক উপ সভাপতি,  গীতাঞ্জলি কলিতাক সম্পাদক, নমিতা বৰা আৰু অমৰ শৰ্মাক সহ সম্পাদক হিচাবে লৈ ২৩ জনীয়া পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন সমিতি গঠন কৰা হয়৷বিয়লিলৈ কল্পনা চেতিয়াৰ পৌৰোহিত্যতে মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি নিজৰা বৰঠাকুৰে৷ সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া,  জেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া আৰু পুতলী খাউণ্ড বিশিষ্ট অতিথি হিচাপে আৰু গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন, সম্পাদক দিলীপ কুমাৰ শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত পুৱতি সাহিত্য সভাৰ মুখপত্ৰ পুৱতি উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ জেষ্ঠ প্ৰৱন্ধক মিন্টু সন্দিকৈয়ে৷ মুকলি সভাতে কল্পনা চেতিয়াৰ গ্ৰন্থ ‘কেঁচা পাতৰ গোন্ধ’, অন্নদা শইকীয়াৰ গ্ৰন্থ ‘স্মৃতিৰ সঁফুৰা’, অগ্নি প্ৰসাদ শৰ্মাৰ গ্ৰন্থ ‘বোকাখাতৰ ইতিহাসত মোৰ এখিলা পাত’, গীতাঞ্জলি কলিতাৰ নাট সংকলন ‘সংলাপ সুৱদী’ আৰু পুতলী খাউণ্ডৰ গ্ৰন্থ ‘কবিতা কুঞ্জ’কে ধৰি ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সম্পাদক গীতাঞ্জলি কলিতাই৷ মুকলি সভাত বোকাখাতৰ মিচিং সাহিত্য সভা,  চাহ জনগোষ্ঠী সাহিত্য সভা,  নেপালী সাহিত্য সভাৰ প্ৰতিনিধিৰ উপৰিও বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, বোকাখাত জিলা মইনা পাৰিজাত, সন্ধানী লেখিকা সমাৰোহ, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত নাট্য মন্দিৰ আদি সংগঠনৰ সদস্য সকলো উপস্থিত থাকে৷

Apply Now
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd