• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বৃদ্ধা শ্ৰমিকৰ কষ্টোপাৰ্জিত ধন জালিয়াতিৰে বেংকৰ পৰা আত্মসাৎ কৰা দুৰ্বৃত্তক জে’ললৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 12, 2018 5:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিচাৰ এগৰাকী বৃদ্ধা শ্ৰমিকৰ ভৱিষ্যৎ নিধিৰ ধন বেংকৰ পৰা জালিয়াতিৰে আত্মসাৎ কৰাৰ এক ঘটনাই সম্প্ৰতি বোকাখাতত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে লখৌজান চাগ বাগিচাৰ সাধ মুড়া নামৰ স্থায়ী শ্ৰমিক গৰাকীয়ে ২০১৫ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰ গ্ৰহণৰ পাচত মহিলা শ্ৰমিক গৰাকীয়ে লাভ কৰা ভৱিষ্যৎ নিধিৰ ২ লাখ ৮৮ হেজাৰ ৯১০ টকা  ইউনাইটেড বেংকৰ বোকাখাত শাখাৰ নিজা একাউণ্টত জমা থয়।

Apply Now

কিন্তু শেহতীয়াভাৱে ধন উলিয়াবলৈ সাধ মুড়া বেংকলৈ যোৱাত বেংক কৰ্তৃপক্ষই তেওঁৰ একাউণ্টত কোনো ধন নাই বুলি নিৰক্ষৰ সাধ মুড়াক জানিবলৈ দিয়ে ৷ উপায়হীন হৈ সাধ মুড়াই বিষয়টো চাহ জনজাতি ছাত্ৰ সন্থাক অৱগত কৰাত ছাত্ৰ সংগঠনটোয়ে ১১ জুলাইত ইউনাইটেড বেংকৰ বোকাখাত শাখাত উপস্থিত হৈ ঘটনাৰ অনুসন্ধান কৰে।

স্থানীয় সাংবাদিকৰ সহযোগত চলোৱা এই অনুসন্ধানত বিগত সময়ত সাধ মুড়াৰ একাউণ্টৰ পৰা ১ লাখ,  ৮০ হেজাৰ আৰু ৫০ হেজাৰ টকা উলিয়াওঁতে বোকাখাত গড়মুৰ গাঁৱৰ ৰাতুল বৰুৱাই সাক্ষী হিচাপে উইড্ৰল ফৰ্মত স্বাক্ষৰ কৰাৰ কথা পোহৰলৈ আহে ৷

ইফালে ৰাতুল বৰুৱা বেংকলৈ আহি উইড্ৰল ফৰ্মত সাক্ষী হিচাপে স্বাক্ষৰ প্ৰদানৰ কথা স্বীকাৰ কৰাৰ পাচত ঘটনা সম্পৰ্কত সাধ মুড়াই বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

বৃদ্ধ গৰাকীৰ এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষী গৈ বেংকত উপস্থিত হৈ সাক্ষী হিচাপে স্বাক্ষৰ প্ৰদান কৰা ৰাতুল বৰুৱাক থানালৈ অনাৰ উপৰিও সাধ মুণ্ডাৰ একাউণ্টৰ যাৱতীয় কাগজ-পত্ৰ বেংকৰ পৰা জব্দ কৰে ৷

লগতে ৰাতুল বৰুৱাৰ স্বীকাৰোক্তিৰ আধাৰত বোকাখাত আৰক্ষীয়ে যোৱা নিশা সাধ মুড়াৰ ভতিজাক পেচাত ৰাজমিস্ত্ৰী বোকাখাতৰ গড়মুৰ বৰটিকাৰ নিৱাসী সুজিত মুড়াক আটক কৰে ৷

আৰক্ষীৰ জেৰাত সুজিত মুড়াই সাধ মুড়াৰ বেংক একাউণ্টৰ পৰা জাল চহী আৰু ৰাতুল বৰুৱাৰ স্বাক্ষৰৰ জৰিয়তে সমুদায় ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ কৰে ৷ ফলত বোকাখাত আৰক্ষীয়ে আজি বোকাখাত আদালতত থিয় কৰা সুজিত মুড়াক জেল হাজোতলৈ প্ৰৰণ কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd