• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , January 31, 2018 6:42 pm

1 min read

Chief Minister's Football Competition
77
VIEWS
Share on FacebookShare on Twitter

বোকাখাত চাহ বাগিচাৰ খেল পথাৰত আজি বিয়লিৰ পৰা আৰম্ভ হৈছে মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ বোকাখাত সমষ্টিৰ খেল।

চাহ জনজাতিৰ যুৱ প্ৰজন্মৰ মাজত থকা ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰা এই প্ৰতিযোগিতাত বোকাখাত সমষ্টিৰ ১৩ খন চাহ বাগিছাই অংশ গ্ৰহণ কৰিছে ৷

৬ ফেব্ৰুৱাৰিত বোকাখাত চাহ বাগিচাৰ খেল পথাৰতেই প্ৰতিযোগিতাখনৰ ফাইনেল খেল অনুষ্ঠিত হ’ব ৷

আজি মেথনি চাহ বাগিচা আৰু ৰঙাগড়া চাহ বাগিচাৰ মাজত প্ৰতিযোগিতাখনৰ উদ্বোধনী খেল অনুষ্ঠিত হয় ৷ খেলৰ নিৰ্ধাৰিত সময়লৈকে দুয়োটা দলেই একোটাকৈ গ’ল দি ড্ৰ খেলে যদিও ট্ৰাইবেকাৰত ৰঙাগড়া চাহ বাগিচাই ৪ – ৩ গ’লৰ ব্যৱধানত জয় লাভ কৰে।

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ড০ পুলিন বৰকটকী, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সম্পাদক চন্দ্ৰ শৰ্মা, বোকাখাত প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড৹ বাবুলাল মোৰৰ লগতে বহু বিশিষ্ট অতিথি উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাসে ফুটবলত কিক মাৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে।

আনহাতে খেলৰ বিৰতিৰ পাচত আহি উপস্থিত হোৱা কেবিনেট মন্ত্ৰী অতুল বৰাক ঝুমই নৃত্যৰে মঞ্চলৈ আদৰি আনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

খেলৰ শেষত মন্ত্ৰী গৰাকীয়ে দুয়োটা দলৰ খেলুৱৈৰ সৈতে কৰমদন কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷

Recent News

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

index.jpg1

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd