DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ ধানবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ : বিহুৰ দিনাই মুৰে কপালে হাত দিছে কৃষকে

উত্তম শইকীয়া by উত্তম শইকীয়া
April 14, 2018 12:03 pm
bokakhat
83
VIEWS
Share on FacebookShare on Twitter

গৰু বিহুৰ দিনা ৰাতিপুৱাতে মুৰে কপালে হাত দিব লগা হৈছে বোকাখাত মহকুমাৰ ধানবাৰী অঞ্চলৰ কৃষক ৰাইজে ৷ নিশা কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোৰ বিস্তীৰ্ণ বৰো ধানৰ পথাৰ টহিলং কৰি পেলায় ৷

হাতীৰ জাকটোৱে অঞ্চলটোৰ প্ৰায় ত্ৰিশ জনৰো অধিক কৃষকৰ শতাধিক বিঘা বৰো ধানৰ খেতি টহিলং কৰি পেলায় ৷

বিগত দুই নিশা ধৰি ধানবাৰী অঞ্চলত হাতীৰ উপদ্ৰব চলি আছে ৷ হাতীৰ উপদ্ৰবত ক্ষতি গ্ৰস্ত কৃষকে এতিয়া নষ্ট হোৱা বৰো ধানৰ ক্ষতিপূৰণৰ বাবে দাবী জনাইছে ৷

বিগত বৰ্ষতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোৰ শস্য নষ্ট কৰিছিল আৰু ক্ষতিগ্ৰস্ত কৃষকে ক্ষতি পূৰণ বিচাৰি বন বিভাগ আৰু মহকুমা প্ৰশাসনৰ কাষত আবেদন জনাইছিল যদিও আজি পৰ্যন্ত ক্ষতিপূৰণৰ নামত কৃষক সকলে এপইচাও নাপালে বুলি জনাইছে ধানবাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সভাপতি বিজয় পেগুয়ে ৷

উল্লেখ্য যে বাৰিষা বানপানী আৰু খৰালি বনৰীয়া হাতীয়ে শস্য নষ্ট কৰাৰ পিছত সৰ্বস্বান্ত হৈ পৰিছে কৃষক সকল ৷ সেয়েহে ক্ষতিপূৰণ লাভৰ আশাত বিগত দুটা নিশা হাতীয়ে শস্য নষ্ট কৰাৰ সম্পৰ্কত পূব অসম বন্য প্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰীক পুনৰ লিখিত ভাৱে জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে ৷

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd