DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ শিলভেটা গাঁৱত দুজন সন্দেহযুক্ত আনলা সদস্য আটক

উত্তম শইকীয়া by উত্তম শইকীয়া
May 2, 2018 5:28 pm
7bc00bf4-ab63-45c4-acc8-3f2e27180623
92
VIEWS
Share on FacebookShare on Twitter

বোকাখাত শিলভেটা গাঁৱত সংগোপনে আশ্ৰয় লৈ থকা দুজন সন্দেহযুক্ত আদিবাসী উগ্ৰপন্থী সংগঠন আনলাৰ সদস্যক মঙ্গলবাৰে গাওঁবাসীয়ে আটক কৰি বোকাখাত আৰক্ষীক চমজাই দিয়ে ৷

সন্দেহযুক্ত উগ্ৰপন্থী সদস্য দুজনক বোকাখাত কলাখোৱাৰ অনন্ত তাঁতী আৰু তেজপুৰ বান্দৰমাৰী অঞ্চলৰ প্ৰানজিৎ ভক্ত বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷

34c975e5-ae02-4f4b-8863-54906fdcb2b8

সন্দেহযুক্ত উগ্ৰপন্থী দুজনে দীৰ্ঘ দিন ধৰি শিলভেটা গাওঁলৈ আহি গাওঁবাসীক বন্দুক দেখুৱাই ভীতিগ্ৰস্ত কৰি আহিছিল আৰু গাওঁবাসীয়ে এই সম্পৰ্কত বোকাখাত আৰক্ষীক খবৰো দিছিল ৷

আৰক্ষীয়ে পূৰ্বতে অভিযান চলাই এই সদস্য দুজনে ব্যৱহাৰ কৰা এখন মটৰ চাইকেল জব্দও কৰিছিল।

মঙলবাৰে নিশা পুনৰ গাওঁলৈ সন্দেহযুক্ত এই সদস্য দুজন অহাৰ সময়ত গাওঁবাসীয়ে কৌশলেৰে কৰায়ত্ব কৰি উত্তম মাধ্যম দি বোকাখাত আৰক্ষীক চমজাই দিয়ে।

ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা সন্দেহযুক্ত আনলা উগ্ৰপন্থী দুজনক বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি বোকাখাত আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে  ৷

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd