• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

বৌদ্ধ ভিক্ষুলৈ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শ্ৰদ্ধাঞ্জলি

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , January 29, 2018 4:13 pm

1 min read

পেমা খাণ্ডু

পেমা খাণ্ডু

96
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুয়ে দেওবাৰে আগৰতলাৰ পৰা ১৫০ কিমি দুৰত্বত অৱস্থিত মাচমাৰৰ জেটাবন বৌদ্ধ বিহাৰত জ্যেষ্ঠ বৌদ্ধ ভিক্ষু সন্মানীয় শশানপ্ৰিয়া মহাথেৰাৰ শ্ৰদ্ধাঞ্জলি সভাত উপস্থিত থকাৰ উদেশ্যে সংগদানত অংশগ্ৰহণ কৰে।

ভক্ত সকলক উদ্দেশ্যি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ জীৱনকালত জ্যেষ্ঠ বৌদ্ধ ভিক্ষুগৰাকীয়ে অঞ্চলটোৰ লগতে বৌদ্ধ ধৰ্মলৈ বহু অৱদান আগবঢ়াই গৈছে।

তেওঁ আৰু কয়,’যদিও শ্ৰদ্ধাৰ বৌদ্ধ ভিক্ষুজন আমাৰ মাজত নাই তেওঁ বিলোৱা শিক্ষাক সদায় মনত ৰখা হ’ব।’ খাণ্ডুয়ে উপস্থিত লোকসকলক মহান ভিক্ষুজনৰ দৰ্শন আৰু ধৰ্মবাণীক আগবঢ়াই লৈ যাবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰীজনে বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ উন্নয়নলৈ অৱদান আগবঢ়োৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিক ধন্যবাদ জ্ঞাপন কৰে আৰু লোকসকলক প্ৰধান মন্ত্ৰীগৰাকীৰ কাৰনে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ উপৰি তেওঁ বৌদ্ধ বিহাৰটোৰ উন্নয়নৰ বাবে ব্যক্তিগতভাৱে বৰঙনি দিব বুলিও আশ্বাস প্ৰদান কৰে।

 

 

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd