DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত এলাগী অসমীয়া সাহিত্যিক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 11:51 am
Brahmaputra-Literature-Festival-570x320
495
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অনুষ্ঠিত হৈ থকা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আয়োজকসকল সাহিত্যানুৰাগীসকলৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। বিশিষ্ট অসমীয়া সাহিত্যিকসকলক এলাগী কৰাৰ লগতে উৎসৱৰ এটা প্ৰেক্ষাগৃহ আনকি আৰ এছ এছৰ পথ প্ৰদৰ্শক দীন দয়াল উপাধ্যায়ৰ নামত নামকৰণ কৰা হৈছে।

বিশিষ্ট পণ্ডিত তথা সমালোচক হীৰেণ গোঁহাই, বিশিষ্ট ঔপন্যাসিক নিৰূপমা বৰগোহাঞি, কবি তথা সমালোচক হৰেকৃষ্ণ ডেকা, গল্পকাৰ অপূৰ্ব শৰ্মাৰ লগতে অসমৰ বহু প্ৰসিদ্ধ লেখকক তিনিদিনীয়া সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ নকৰিলে।

এই সাহিত্য উৎসৱটো যুটীয়াভাৱে আয়োজন কৰিছে অসম প্ৰকাশন পৰিষদ আৰু নেশ্যনেল বুক ট্ৰাষ্টে। শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৎসৱটো উদ্বোধন কৰিছিল।

বহুতেই ক’ব খোজে যে আৰ এছ এছৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ‘বিভাজনমুখী নীতি’ক সমৰ্থন নকৰা অসমীয়া সাহিত্যিকক উৎসৱটোত একাষৰীয়া কৰি ৰখা হৈছে।

লেখক তথা সামাজিক কৰ্মী কমল কুমাৰ মেধিয়ে এই উৎসৱ অনুষ্ঠিত কৰাৰ আঁৰৰ যুক্তি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে।

‘ আমি শুনিবলৈ পাইছো আয়োজকসকলে উৎসৱটো অনুষ্ঠিত কৰাৰ বাবে ৪২ লাখ টকা খৰচ কৰিছে। এইয়া কৰদাতাসকলৰ পইচা। এই উৎসৱৰ দ্বাৰা কি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে চৰকাৰে উত্তৰ দিয়াৰ প্ৰয়োজন আছে। এই উৎসৱত সাধাৰম লোকৰ অংশগ্ৰহণ শূণ্য। একেদৰে, ৰাজ্যখনৰ বেছিভাগ বিশিষ্ট সাহিত্যিককে আমন্ত্ৰণ জনোৱা নাই। এইয়া ৰাইজৰ ধনৰ বৃহৎ অপচয়,’’-মেধিয়ে এইদৰে নিজৰ মত প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে এইটো অতি লজ্জাজনক যে লিও টলষ্টয় আৰু মাধৱ কন্দলিৰ লগতে দীন দয়াল উপাধ্যায়ৰ নামত প্ৰেক্ষাগৃহৰ নামকৰণ কৰা হৈছে।

লাখ লাখ টকা খৰচ কৰা সত্ত্বেও এই উৎসৱটোৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd