DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়ো সকলৰ শিক্ষাৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 4:39 pm
বড়ো সকলৰ শিক্ষাৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থ উন্মোচন
690
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী প্ৰেছ ক্লাবত ড০ সতেন্দ্ৰ কুমাৰ শৰ্মাৰ বড়ো সকলৰ মাজত শিক্ষাৰ ইতিহাস সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আমন্ত্ৰিত ব্যক্তি সকল আছিল ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু আলোক অধিকাৰী। গ্ৰন্থখনে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক দুয়ো সময়তে  অসমৰ বড়োসকলৰ মাজত শিক্ষাৰ বিকাশ আৰু উন্নয়নৰ এক সামগ্ৰিক বিৱৰণ দাঙি ধৰিছে। গ্ৰন্থখনৰ প্ৰকাশক এন এল পাব্লিকেচন। লেখক ড০ সত্যেন্দ্ৰ কুমাৰ শৰ্মা বৰ্তমান টংলা কলেজৰ সহযোগী অধ্যাপক। তেওঁ বিভিন্ন সন্মিলন, জাৰ্নেল, গ্ৰন্থ আদিত বিভিন্ন গৱেষণামূলক ৰচনা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে  ২০১০ চনত বিশ্ব বিদ্যালয় অনুদান আয়োগে তেওঁক শিক্ষক বৃত্তি প্ৰদান কৰিছিল।

Recent News

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd