• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত আৰক্ষীৰ অভিযানত এ টি এম লুটৰ পৰিকল্পনাৰে বাহৰ পাতি থকা ডকাইতৰ দল আটক

NE NOW NEWS আনিছুজ জামান
হাউলী , May 10, 2018 5:50 pm

1 min read

বৰপেটাত আৰক্ষীৰ অভিযানত এ টি এম লুটৰ পৰিকল্পনাৰে বাহৰ পাতি থকা ডকাইতৰ দল আটক
78
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ৭ জনীয়া এটা ডকাইতৰ দল আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ডকাইতৰ দলটোৱে বৰষুণৰ বতৰৰ সুযোগ লৈ বৰপেটা জিলাৰ হাউলীত থকা এ টি এম লুট কৰাৰ বাবে হাউলীত বাহৰ পাতিছিল ৷ কিন্তু হাউলী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা আগতীয়াকৈ তথ্য লাভ কৰাত তাৎক্ষণিকভাৱে ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায়।

ফলত হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অভিযানত হাউলীৰ হালাপাকুৰীৰ পৰা ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে নিশাৰ আন্ধাৰৰ সুযোগ লৈ আন এটা ডকাইত পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে ডকাইতৰ দলটোৱে ব্যবহাৰ কৰা এ এছ ০১১ বি ডি ৪২১২ নম্বৰৰ টাটা ছুমোখনো জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন ডকাইত কেইজনক ক্ৰমে আৰক্ষীয়ে বৰপেটাৰ পাটাচাৰকুচিৰ বাবুল আলী (২৪) ছাইদুল আলী (২১) আৰু হজৰত আলী(২৫), দোলোপাথাৰৰ শহৰ অলী (২৬), নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ জাকিৰ হুছেইন (২৮), বিটিএডি তামুলপুৰৰ  সাহেব উদ্দিন (৪৭) আৰু হবি আলী বুলি চিনাক্ত কৰিছে।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দীৰ্ঘদিন ধৰি এটিএম লুটৰ লগতে  চুৰি, ডকাইতি আৰু গাড়ী চুৰিৰ ঘটনাৰ সৈতে জড়িত আছিল আন্তৰাজ্যিক এই ডকাইতৰ দলটো ৷

Recent News

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd