• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত এইবাৰ খোদ বিধায়কৰে গাড়ী নিলে চোৰে : এতিয়াও আৰক্ষীয়ে একো ক্লু বিচাৰি পোৱা নাই

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 6, 2018 4:55 pm
Car_lifter

ফাইল ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষী প্ৰশাসন তথা জনপ্ৰতিনিধিৰ চৰকাৰী নিৰাপত্তা ব্যৱস্থাটোৰ প্ৰতি ভেঙুচালিৰ নজিৰ সৃষ্টি কৰি বৰপেটাৰ পৰা খোদ বিধায়কৰে গাড়ী চোৰে লৈ যোৱাৰ প্ৰায় ১৮ ঘণ্টাৰ পিছতো আৰক্ষীৰ হাতত এতিয়ালৈকে নাই ক্লু, নাই একো উত্তৰ। মুখত ক’লা কাপোৰ পিন্ধি অহা চোৰক চিনাক্ত কৰাত চি চি টি ভিয়েও সহায় কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি পোৱা গাড়ী চুৰিৰ ঘটনাৰ মাজতে এইটো ঘটনাই সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সন্দৰ্ভত প্ৰশ্নচিহ্নৰ উদ্ৰেক কৰিছে।

Apply Now

জানিব পৰামতে, কালি নিশা বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ আমবাৰী হাটীস্থিত বাসভৱনৰ পৰাই চোৰে নিৰ্বিঘ্নে লৈ যায় এ এছ ০১ বি জেড ০০৩৮ নম্বৰৰ স্ক’ৰপিঅ’ গাড়ীখন। আৰক্ষীৰ সূত্ৰই জনোৱামতে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে আজি পুৱা নিজৰ বাসভৱনৰ চৌহদত গাড়ীখন নেদেখি হতভম্ব হৈ পৰে। লগে লগে বিধায়কজনে এ এছ ০১ বি জেড ০০৩৮ নম্বৰৰ গাড়ীখন চুৰি হোৱা বুলি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে চুৰি হোৱা গাড়ীখন উদ্ধাৰৰ বাবে বিচাৰ-খোঁচাৰ কৰে যদিও নিশাৰ ভাগত চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

আনহাতে এইবাৰ নিজেই গাড়ী চুৰি চক্ৰৰ বলি হোৱাত আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জনপ্ৰতিনিধিজন। তেওঁ বৰপেটা আৰক্ষীৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত বৰপেটাৰ পৰা কেইবাখনো গাড়ী চুৰি হয় যদিও আৰক্ষীয়ে গাড়ী চুৰি ৰোধ কৰাত সফল হ’ব পৰা নাই। তেওঁ নিজৰ গাড়ীখনো আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই চোৰে নিৰ্বিঘ্নে লৈ যাব পাৰিলে বুলি মন্তব্য কৰে। গাড়ী চুৰি চক্ৰৰ বৃহৎ চক্ৰক ‘ফ্ৰি হেণ্ড’ দিয়া বুলিও বিধায়কজনে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তোলে।

আনহাতে দেহৰক্ষী, গৃহৰক্ষী থকা জনপ্ৰতিনিধিৰ পৰাই যদি চোৰে গাড়ী উঠাবলৈ সাহস কৰে তথা নিৰ্বিঘ্নে চুৰ কৰি নিব পাৰে, সাধাৰণ মানুহৰ সম্পত্তিৰ কি সুৰক্ষা আছে বুলি প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে?

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd