• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত কৃষক কল্যাণ কৰ্মশালা উদযাপন, ২০ গৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্দ্ধনা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 2, 2018 10:21 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰাম্য স্বৰাজ অভিযানৰ অংশ হিচাপে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বৰপেটা জিলাৰ ১১ টা উন্নয়ন খণ্ডতো আজি কৃষক কল্যাণ কৰ্মশালা অনুষ্ঠিত কৰা হয়।

বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সন্মানিত অতিথি হিচাবে উপস্থিত থাকে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস আৰু বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শঙ্কৰ চন্দ্ৰ দাস।

Apply Now

এই উপলক্ষে বিভিন্ন বিভাগৰ বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, বিধায়ক তথা কৃষকৰ উপস্থিতিত কিষাণ কল্যাণ কাৰ্যশালা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বৰপেটা উন্নয়ন খণ্ডত কেন্দ্ৰীয়ভাৱে এই কাৰ্যশালা অনুষ্ঠিত হয়।

সভাপতিৰ ভাষণত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে এই কৃষক কল্যাণ কৰ্মশালাৰ জৰিয়তে জিলাখনৰ কৃষকসকল বিভিন্ন প্ৰকাৰে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।

কৰ্মশালাখনত অংশগ্ৰহণ কৰি বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ভাষণ প্ৰসংগত কয় যে, যিহেতু বৰপেটাৰ ৮০ শতাংশ মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল সেই হেতুকে মাটি পৰীক্ষা কৰা, ফচল বীমা যোজনা আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ লৈ কৃষি কাৰ্যত মনোনিৱেশ কৰাটো অতিকে প্ৰয়োজন।

তদুপৰি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়া, ৰাষ্ট্ৰীয় পৰ্যবেক্ষক অমৃত মহাপাত্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ, হাউলী, কৃষি অভিযান্ত্ৰিক বিভাগ, মীন বিভাগ, ৰেছম বিভাগ, নাবাৰ্ড আৰু লীড বেংকৰ বিষয়াসকল উপস্থিত থাকি তেওঁলোকৰ বিভিন্ন আঁচনিৰ বিষয়ে খেতিয়কক অৱগত কৰি বছৰি আয় দুগুণ কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। উক্ত সভাত বৰপেটা জিলাৰ ২০ গৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্দ্ধনা জনোৱা হয়।

ইপিনে, জিলাখনৰ পাকাবেতবাৰী কৃষি উন্নয়ন খণ্ডৰ উদ্যোগতো কয়াকুছি বজাৰগৃহত আজি কিষাণ কল্যাণ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালা উদ্বোধন কৰি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে কৃষকৰ আয় দুগুণ কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে লোৱা বিভিন্ন আঁচনিসমূহৰ সুবিধা কৃষকসকলে গ্ৰহণ কৰিব লাগে।

এইক্ষেত্ৰত বিষয়াসকলে গাঁৱলৈ গৈ কৃষকসকলক চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰোৱাটো অতি প্ৰয়োজনীয় বুলিও বিধায়ক গৰাকীয়ে উল্লেখ কৰে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কাৰ্যশালাত গোলিবান্ধা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অশোক কুমাৰ দাসৰ লগতে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ, হাউলীৰ বিজ্ঞানী পিংকুধৰ বৰ্মন, পশুপালন বিভাগৰ বিষয়া সতীশ মেধি, মীন বিভাগৰ গোপেশ্বৰ দাস আৰু আৰ কে ভি ৱাই আঁচনিৰ জিলা পৰামৰ্শদাতা ৰতন ভৰালীয়ে অংশগ্ৰহণ কৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd