• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত ‘ফ্ৰেণ্ডচ ক্লাব এণ্ড লাইব্ৰেৰী’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈক সম্বৰ্ধনা

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , June 10, 2018 5:05 pm

2 min read

বৰপেটাত ‘ফ্ৰেণ্ডচ ক্লাব এণ্ড লাইব্ৰেৰী’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈক সম্বৰ্ধনা
89
VIEWS
Share on FacebookShare on Twitter

বৰপেটা মুছলিমপট্টিৰ ‘ফ্ৰেণ্ডচ ক্লাব এণ্ড লাইব্ৰেৰী’ ৰ উদ্যোগত বৰপেটা টাউন হাইস্কুলত আজি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফত কৃতিত্ব অৰ্জন কৰা বৰপেটা চহৰৰ প্ৰায় ত্ৰিশ গৰাকী শিক্ষাৰ্থী আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কাৰাটেত পদক লাভ কৰা দুগৰাকী খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়।

বিশিষ্ট চিকিৎসক ডা০ চৈয়দ আহমেদ জাদিদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰই ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি কয় যে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আত্মবিশ্বাস দৰকাৰ,আত্মসন্তুষ্টি নহয় ৷ সম্ভাৱনা আৰু দুৰ্ভাৱনাৰ মাজত আমি জীয়াই থকা বুলি উল্লেখ কৰি দুৰ্ভাৱনাবোৰ আতৰ কৰাৰ ক্ষেত্ৰত কৃতী ছাত্ৰ ছাত্ৰীসকলৰো যথেষ্ট কৰণীয় থকা বুলি মন্তব্য কৰে শিক্ষাবিদ গৰাকীয়ে ৷

সভাত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন্দ্ৰ কুমাৰ দাস, অধ্যাপক আব্দুছ চামাদ আহমেদ, অধিবক্তা লুৎফৰ ৰহমান, খাইৰুল ইছলাম, বৰপেটা টাউন হাইস্কুলৰ প্ৰধান শিক্ষক নজিবুল হকৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় আৰু নবম স্থান লাভ কৰা বৰপেটা চহৰৰ চুলতানা আঈশ্বাহ ছিদ্দিকা আৰু শ্যামলীনা পাঠকৰ পিতৃয়েও কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়।

এই সম্বৰ্ধনা সভাত ত্ৰিশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীৰ লগতে বৰপেটা চহৰৰ ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ হানী আলী আৰু ছাৰহান ৰছুলক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই সভাত উদ্যোক্তা ফ্ৰেণ্ডচ ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি মিনাৰা আক্তাৰা আহমেদ, সাংস্কৃতিক সম্পাদক ইমদাদুল হুছেইনৰ লগতে অন্যান্য বিষয়ববীয়াৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত আছিল।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd