• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ পাঠশালাত পৰিত্যক্ত অৱস্থাত বিক্ৰী কেন্দ্ৰ

NE NOW NEWS শশাংক তালুকদাৰ
বৰপেটা , December 17, 2017 6:11 pm

1 min read

বৰপেটাৰ পাঠশালাত পৰিত্যক্ত অৱস্থাত বিক্ৰী কেন্দ্ৰ
73
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ পাঠশালা টাউনত আত্মসহায়ক গোট বিলাকৰ সামগ্ৰী বিক্ৰীৰ বাবে স্থাপন কৰা বিক্ৰী কেন্দ্ৰটো জৰাজীৰ্ণ অৱস্থাত বন্ধ হৈ পৰি আছে। ২০০৫/০৬ চনতে ‘বজালী হাট’ নামেৰে স্থাপন কৰা উক্ত কেন্দ্ৰটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত স্থাপন কালৰে পৰা এইদৰে পৰিত্যক্ত হৈ আছে। প্ৰাপ্ত তথ্য মতে  জিলা গ্ৰাম্য উন্নয়ন সংস্থাৰ দ্বাৰা ‘স্বৰ্ণ জয়ন্তী স্বৰোজগাৰ যোজনা’ অধীনত ১১.৭ লাখ টকাৰ উক্ত বিক্ৰী কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল যদিও আজিলৈকে ইয়াৰ যথাযথ ব্যৱহাৰ হোৱা দেখা নগ’ল। মন কৰিব লগীয়া যে অঞ্চলটোৰ আত্মসহায়ক গোট বিলাকক নিজৰ নিজৰ সামগ্ৰী সমূহ প্ৰদৰ্শন তথা বিক্ৰী কৰিব পৰাকৈ ষ্টলৰ সৈতে নিৰ্মাণ কৰা কেন্দ্ৰটো বৰ্তমান বন্ধ হৈ পৰি থকাৰ উপৰি মূল গৃহটোৰ সন্মুখত ‘বজালী হাট’ৰ উপৰি বজালী উপ সংম্ণ্ডলৰ লাইব্ৰেৰী আৰু ‘অংগনবাড়ী কেন্দ্ৰ’ নামে দুখনকৈ ফলক লগাই থোৱা আছে। কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এইদৰে ৰাজহুৱা ধনৰ অপচয় হৈ থকাত স্থানীয় ৰাইজে  ক্ষোভ প্ৰকাশ কৰাৰ লগতে কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনায়।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd