• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰমাত মুক্তিযুঁজাৰু প্ৰয়াত মহেন্দ্ৰ তালুকদাৰৰ জীৱন-কৃতি বিষয়ক ‘জীৱনৰ সুবাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 23, 2018 4:19 pm

1 min read

Barama
108
VIEWS
Share on FacebookShare on Twitter

মুক্তিযুঁজাৰু, বৰমা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, শিক্ষক, সমাজকৰ্মী প্ৰয়াত মহেন্দ্ৰ মোহন তালুকদাৰৰ জীৱন আৰু কৃতি সম্বলিত ‘জীৱনৰ সুবাস’ নামৰ এখন গ্ৰন্থ উন্মোচিত হৈছে। বৰমা শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থখন যোৱা ২২ মে’ত উন্মোচন কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বাণীকান্ত চক্ৰৱৰ্তীয়ে।

মহান ব্যক্তিজনৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে ডঃ ফণীধৰ তালুকদাৰৰ লগতে আন কেইবাজনো ব্যক্তিয়ে আলোকপাত কৰে।

বৰমা শাখা সাহিত্য সভাৰ সভাপতি শুক্লেশ্বৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে সাংবাদিক আলকাচ আলীয়ে।

সভাত প্ৰয়াত মহেন্দ্ৰ মোহন তালুকদাৰৰ নাতি দেৱজিৎ বৰ্মন আৰু ডাঃ মৃণাল বৰ্মনক সম্বৰ্ধনা জনোৱা হয়।

গ্ৰন্থ উন্মোচনৰ পূৰ্বে মহেন্দ্ৰ মোহন তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ মাজু পুত্ৰ ডঃ নাৰায়ণ তালুকদাৰে। মাল্যাৰ্পণ কৰে বৰ পুত্ৰ ভগৱান তালুকদাৰে আৰু স্মৃতি তৰ্পণ কৰে কনিষ্ঠা কন্যা ৰঞ্জনা তালুকদাৰে।

শলাগৰ শৰাই আগবঢ়াই বৰমা শাখা সাহিত্য সভাৰ সম্পাদক ভাৰত ৰাজবংশীয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd