• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকত বান পৰিস্থিতিৰ বুজ লবলৈ মুখ্য মন্ত্রীৰ প্ৰতিনিধি ৰাজেশ প্ৰসাদ

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
June 19, 2018 4:40 pm
IMG-20180618-WA0023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক  আৰু  কুছিয়াৰা  নদীৰ পানী বিপদ সীমাৰ তললৈ নামিছে যদিওঁ বহু স্থান এতিয়াও বানৰ কৱলত। ইয়াৰ মাজতেই বানৰ তাণ্ডৱ অব্যাহত আছে। পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত মুখ্য মন্ত্ৰীৰ দূত হিচাপে ৰাজ্যৰ পৰিয়াল আৰু শিশু পৰিসেৱা, গ্ৰাহক পৰিক্ৰমা, সংখ্যালঘূ কল্যাণ আৰু উন্নয়ন, আবকাৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ, আয়ুক্ত সচিব ৰাজেশ প্ৰসাদ উপস্থিত হৈছে। তেওঁ কালি বিয়লি শিলচৰ চহৰ,ৰংপুৰ আৰু চহৰৰ সমীপৱৰ্তী এলেকাৰ বানৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে কেইবাটা আশ্ৰয় শিবিৰ পৰিদর্শন কৰে।

শিলচৰ-কৰিমগঞ্জ ৫৩নং ৰাষ্ট্রীয় ঘাইপথ বন্ধ থকাৰ উপৰিও বিভিন্ন গড়কাপ্তানী পথ বন্ধ হৈ আছে। ফেৰী পৰিসেৱা স্বাভাৱিক অৱস্থালৈ অহা নাই। শিলচৰ-বদৰপুৰ -লামডিং ৰে’লসেৱাও বাতিল হৈ আছে। কালি বদৰপুৰৰ পৰা এখন ট্ৰেইনহে গৈছে।

Apply Now

পিছত কাছাৰ জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হয়।উক্ত বৈঠকত ৰাজেশ প্ৰসাদে বিধায়ক দিলীপ কুমাৰ পাল, কিশোৰ নাথ, মিহিৰ সোম উপায়ুক্ত এছ লক্ষনাণ আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছন সহ জলসম্পদ আৰু দুৰ্যোগ মোকাবিলা বিভাগৰ লগতে জনস্বাস্থ্য, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মত বিনিময় কৰে।
চৰকাৰী দায়িত্বৰ বিষয়ে উল্লেখ কৰে। আশ্রয় শিবিৰত শৌচাগাৰ আৰু চাফচিকুণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। উল্লেখযোগ্য যে, পৰহি ৰাতিৰ পৰা বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত জলস্তৰ কমিছে যদিও ভয়াৱহ ৰূপত আছে উপত্যকাটোৰ বান পৰিস্থিতি। এনে পৰিস্থিতিৰ মাজত যোৱা দেওবাৰে  শিলচৰত উপস্থিত হৈছিল জলসম্পদ মন্ত্রী কেশৱ মহন্ত।

তেওঁ যুদ্ধকালীন তৎপৰতাৰে ভাগি যোৱা বান্ধ মেৰামতিৰ নিৰ্দেশ দিয়ে। বৰাকৰ বান আৰু মথাউৰিসমূহ পৰিদর্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত ৰাইজৰ সৈতে কথা পাতি খবৰ লোৱাৰ লগতে শিবিৰসমূহত পৰ্যাপ্ত ত্ৰাণ সামগ্ৰী বিতৰণৰ যাৱতীয় নিৰ্দেশ দিয়ে।

ইপিনে বানৰ পৰর্ৱতী সময়ত বৰাকৰ পথ-ঘাটৰ অৱস্থাৰ ব্যাপক ক্ষতিসাধন কৰিছে।  বানৰ কবলত পৰি বৰাকত এই পৰ্যন্ত ১১গৰাকী লোকৰ মৃত্যু হৈছে। যোৱা কেইবাটাও দিন বৰাকৰ লগতে উপনৈ মধূৰা, সোণাই, ধলেশ্বৰী, চিৰি, জিৰি,ডলু , জাতিঙ্গা, কাটাখাল আদি নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছিল।শিলচৰৰ বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত বিপদসীমা ১৯.৮৩ মিটাৰ।

ইয়াত আজি  দুপৰীয়ালৈকে বিপদসীমাৰ তলেৰে পানী বৈছে। ইপিনে ৰাজেশ প্ৰসাদে আজি পুৱা হাইলাকান্দি আৰু কৰিমগঞ্জৰ বান পৰিস্থিতিৰ বুজ লয়।

গৌতম তালুকদাৰ

গৌতম তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd