• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰত গণৰাজ্য দিৱস উদযাপন

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 26, 2018 11:59 am

1 min read

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ অনুষ্ঠানত অভিবাদন গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ অনুষ্ঠানত অভিবাদন গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে

101
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ ৬৯ তম গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে।

বিচিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিশাল ৰাইজৰ উপস্থিতিত ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰে।

মহিলাৰীয়ে সুৰক্ষা বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ –ছাত্ৰীসকলে অংশ গ্ৰহণ কৰা মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে।

বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এক বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰো প্ৰদৰ্শন দাঙি ধৰা হয়।

মহিলাৰীয়ে তেওঁৰ ভাষণত নাগৰিকসকলক দেশৰ একতা আৰু উন্নয়নৰ বাবে কাম কৰাৰ লগতে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

তেওঁ লগতে আলোচনা বিৰোধী এনডিএফবি, আলফা(স্বা:)ৰ দৰে বিদ্ৰোহী সংগঠনসমূহক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনায়।

গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিভিন্নজনক বঁটা প্ৰদান কৰা হয়।

কোকৰাঝাৰ জিলাৰ দুই মহকুমা গোসাইগাওঁ আৰু পৰ্বতঝোৰাটো বিভিন্ন কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়।

 

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd