DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ভট্টদেৱ বিশ্ববিদ্যালয়’ৰ কাম-কাজ শীঘ্ৰে আৰম্ভ কৰিবলৈ শিক্ষা মন্ত্ৰীক অনুৰোধ বিধায়ক পবিন্দ্ৰ ডেকাৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
July 28, 2018 3:44 pm
IMG_20180728_133510
155
VIEWS
Share on FacebookShare on Twitter

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ সকলো কাম-কাজ শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন পত্র প্রেৰণ কৰি আহ্বান জনায়।

চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা বিশ্ববিদ্যালয়খনত পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে আজি কিছু দিন আগতে এক পত্ৰৰ জৰিয়তে শিক্ষা মন্ত্ৰীক এই অনুৰোধ জনাইছে বিধায়কগৰাকীয়ে।

উল্লেখযোগ্য যে পাঠশালাস্থিত বজালী কলেজক ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছিল আৰু ইয়াৰ বাবে চৰকাৰে ২ কোটি টকাৰো অনুদান আগবঢ়াইছিল।

চলিত বৰ্ষৰ জুন মাহতে পূৰ্বৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খনৰ বাবে এগৰাকী উপাচাৰ্য নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু বাস্তৱত সেয়া হৈ উঠা নাই। তাৰোপৰি পত্ৰখনত বিধায়কগৰাকীয়ে উল্লেখ কৰি কয় যে এই বিশ্ববিদ্যালয়খন আৰম্ভ হোৱাৰ বাবে স্থানীয় লোকসকল অধীৰ আগ্ৰহেৰে ৰৈ আছে।

আনহাতে পাটাছাৰকুছিত প্ৰস্তাৱিত উপ-কোষাগাৰটো শীঘ্ৰে স্থাপন কৰাৰ বাবেও বিধায়কগৰাকীয়ে ৰাজ্যৰ বিত্ত মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ১৭-১৮ বৰ্ষৰ বাজেট অধিৱেশনতে বিত্ত মন্ত্ৰীগৰাকীয়ে পাটাছাৰকুছিত এটা উপ-কোষাগাৰ স্থাপন কৰিব বুলি ঘোষণা কৰিছিল।

এই পত্ৰতে তেওঁ উল্লেখ কৰি কয় যে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে যদি ৰাজ্য চৰকাৰে এই উপ-কোষাগাৰটো স্থাপন কৰাৰ ব্যৱস্থা লয় তেন্তে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হ’ব।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd