DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত থকা হিন্দুকে নিৰাপত্তা দিব নোৱৰা বিজেপিয়ে বিশ্বৰ হিন্দুৰ কথা চিন্তা কৰে : অগপৰ স্থিতিৰ সমৰ্থনত উদ্ধৱ থাকৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2018 12:08 pm
Samnaa
118
VIEWS
Share on FacebookShare on Twitter

“বিজেপিয়ে ভাৰতত থকা হিন্দুকে নিৰাপত্তা দিব পৰা নাই, অথচ বিশ্বৰ হিন্দুৰ কথা চিন্তা কৰে।” এই মন্তব্য শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেৰ। অসমৰ আঞ্চলিক দল তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অংশীদাৰ অগপৰ এটা প্ৰতিনিধি দলে যোৱা ১৬ জুনত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত সমৰ্থন বিচাৰি মুম্বাইত শিৱসেনাৰ মুৰব্বীজনক সাক্ষাৎ কৰাৰ পিছত কালি এখন সভাত এইদৰে মন্তব্য কৰিছে উদ্ধৱ থাকৰেই।

সভাখনত নিজৰ ভাষণত বিজেপি সম্পূৰ্ণ ৰূপে বিফল বুলি উল্লেখ কৰি থাকৰেই কয় যে অসমৰ স্বাৰ্থত আঘাত কৰিব পৰা এনেকুৱা কোনো বিধেয়ক যদি বিজেপিয়ে সংসদত উত্থাপন কৰে, তেন্তে শিৱসেনাৰ সকলো সাংসদে বিৰোধিতা কৰিব। “বাংলাদেশৰ হিন্দুক আনিব খুজিছাই যেনিবা, কিন্তু এই হিন্দুক চিনিব কেনেকৈ? বাংলাদেশীৰ বেশত যদি পাকিস্তানীও আহে তেতিয়া তুমি কি কৰিব?” এইদৰে কয় শিৱসেনাৰ প্ৰধানজনে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নীতিশ কুমাৰেও অগপক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

আনহাতে উত্তৰ-পূবত এই বিধেয়কখনৰ বিৰোধিতাত এক প্ৰকাৰৰ গণ-বিৰোধ দেখা গৈছে। অসমত বিজেপি দলৰ বাদে আন সকলো ৰাজনৈতিক দলেই বিধেয়কখনৰ বিৰোধিতা কৰিছে। বিজেপি অংশীদাৰ হৈ থকা মেঘালয় চৰকাৰেও বিলখনৰ বিৰোধিতা কৰি কেবিনেটত সিদ্ধান্ত লৈছে।

Recent News

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd