• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

NE NOW NEWS ৰিনয় বসুমতাৰী, কোকৰাঝাৰ :
, November 26, 2017 11:54 am

1 min read

ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

ভুক্তভোগী পৰিয়ালটো।

77
VIEWS
Share on FacebookShare on Twitter

মানুহৰ ভুলৰ বাবেই অসমত হাতী-মানুহৰ ক্ৰমবৰ্ধিত সংঘাতে গুৰুতৰ ৰূপ লৈছে। লোকালয়ত হাতীৰ অনুপ্ৰৱেশকে ধৰি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ খবৰ এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে। কালি নিশাও ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। খবৰ মতে ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ ৪ নং বনগাওঁ দাদগিৰিত কালি ৫-৬ টা হাতীৰ এটা পাল প্ৰৱেশ কৰে আৰু গাওঁবাসীয়ে সিহঁতক পুনৰ হাবিলৈ খেদি পঠিয়াবৰ চেষ্টা কৰোঁতেই লংকেশ্বৰ বসুমতাৰে নামৰ এজন লোকক হাতীকেইটাই আক্ৰমণ কৰি ঠাইতে হত্যা কৰে। ইয়াৰ পাছতে হাতীৰ পালটো ভূটানৰ অৰণ্য অঞ্চললৈ গুচি যায়। কৃষি কৰ্ম কৰি পৰিয়াল চলোৱা বসুমতাৰীয়ে চাৰিটা সন্তান আৰু তেওঁৰ পত্নীক ইহসংসাৰত এৰি থৈ যায়। গাওঁবাসীয়ে ঘটনাটোৰ বলি হোৱা পৰিয়ালটোক উপযুক্ত সাহায্য দিবলৈ বন বিভাগ, বিটিচি প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনায়।

উল্লেখযোগ্য যে ভাৰত-ভূটান সীমান্তত থকা গভীৰ বনাঞ্চল মানুহে কাটি শেষ কৰাৰ পৰিণতিত হাতীৰ খাদ্যৰ নাটনিয়ে দেখা দিছে। এই বাবেই হাতীৰ পাল সঘনে জনবসতিৰ দিশত আহিবলৈ ধৰিছে।

Recent News

210303215044-byun-hui-su-file-exlarge-169

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd