• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী ভূটান

ভূটানত ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন; ডেকা শক্তিৰ চমকপ্ৰদ উত্থান

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 21, 2018 9:47 pm

1 min read

ভূটানত ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন; ডেকা শক্তিৰ চমকপ্ৰদ উত্থান

প্ৰতিনিধিত্বমূলক ছবি

78
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ৰাষ্ট্ৰীয় পৰিষদ (এন চি)ৰ ৩য় নিৰ্বাচন কালি অৰ্থাত শুক্ৰবাৰে সুকলমে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত যুৱ শক্তিৰ চমকপ্ৰদ উত্থান দেখিবলৈ পোৱা যায়।

ভূটান চৰকাৰৰ নিৰ্বাচনী বিভাগৰ এক সূত্ৰমতে ভূটানৰ ৰজাক সহায়ৰ বাবে গঠিত ৰাষ্ট্ৰীয় পৰিষদখনৰ কাৰ্যকাল অহা মে’ মাহত উকলিব।

যাৰ পৰিপ্ৰেক্ষিতত দেশখনত কালি ৩য় ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন হয়।

এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ মুখ্য জিলা বিষয়া টী ছেৱাং ৰিনজিন(৫৪) ৰাজধানী চহৰ থিম্ফু সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছে। তেওঁৰ মুখ্য প্ৰতিদ্বন্দী টী ছকে দৰ্জীক ১৮১টা ভোটত পৰাস্ত কৰে।

জানিব পৰা মতে ৰিনজিনে ২১১৭ টা ভোট লাভ কৰাৰ বিপৰীতে দৰ্জীয়ে লাভ কৰিছিল ১৯৩৬ টা ভোট।

আনহাতে, সূত্ৰটোৱে জনোৱা মতে ৫,৬১৯ নিৰ্বাচনী বিষয়াই ৮৬৬ টা ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম যোগে এই ভোট গ্ৰহণ কাৰ্য্য সমাপন কৰিছিল।

কালিৰ এই ভোট গ্ৰহণত ভূটান আৰ্মী, ভূটান ৰয়েল পুলিচ, আৰু ৮৬৬ গৰাকী মহিলা সুৰক্ষা কৰ্মীয়ে সক্ৰিয় সহযোগিতা আগবঢ়াইছিল।

Recent News

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd