• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মংগলদৈ মুখ্য ডাকঘৰত আজি মুকলি কৰা হ’ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমটো ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , February 10, 2018 9:09 pm

1 min read

Passport

প্ৰতিনিধিত্বমূলক ছবি

71
VIEWS
Share on FacebookShare on Twitter

মংগলদৈ মুখ্য ডাকঘৰত আজি এটা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ মুকলি কৰা হয়।

ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰটো গুৱাহাটীৰ আঞ্চলিক পাৰপত্ৰ কাৰ্য্যালয়ৰ নিয়ন্ত্ৰণত পৰিচালিত হ’ব।

অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা কাম আৰম্ভ কৰিব লগা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰটোৱে দৈনিক কমেও ১৫ গৰাকী পাৰপত্ৰ আবেদনকাৰীৰ আবেদন আৰু তথ্য-পাতি পৰীক্ষা কৰিব।

মঙলদৈৰ পুৰণি ভৱনটোত এই কেন্দ্ৰটো মুকলি কৰে মঙলদৈৰ সাংসদ ৰমেন ডেকাই।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম বোলা এই কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত ডাক আৰু অঞ্চলিক পাৰপত্ৰ কাৰ্য্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে আঞ্চলিক পাৰপত্ৰ বিষয়া লবচাং চেৰিং আৰু বিজেপিৰ দুই বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াও উপস্থিত থাকে।

বৰাক উপত্যকা আৰু ডিমা হাচাও জিলাক সেৱা আগবঢ়াব লগা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাৰপত্ৰ সেৱা কেন্দ্ৰ যোৱা বছৰ মাৰ্চত শিলচৰত মুকলি কৰা হৈছিল।

অসমত ৯টা পাৰপত্ৰ সেৱা কেন্দ্ৰ মুকলি কৰা হ’ব বুলি যোৱা বছৰ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ৱি কে’ সিঙে ঘোষণা কৰিছিল।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd