• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙত বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতিৰ বুজ ললে বিধায়কৰ প্ৰতিনিধি দলে

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 10, 2018 9:56 pm
Delegates of Public Accounts Committee holdimg discussion in Deputy Commissioner office
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধান সভাৰ অল পাৰ্টি পাব্লিক একাউণ্টছ কমিটী অব আছামৰ  ৫জনীয়া প্ৰতিনিধি দলটোৱে দৰঙৰ ৰাষ্ট্ৰীয় ঘাইপথ নং ১৫ৰ ৪০ কি মি দৈৰ্ঘ্যৰ পথচোৱা নতুনকৈ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ কাম শামুকীয়া গতিত চলি থকাটোত অত্যন্ত অসন্তুষ্টি প্ৰকাশ কৰিছে।

মঙলদৈৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত অল পাৰ্টি পাব্লিক একাউণ্টছ কমিটী অব আছামৰ  সভাপতি তথা কংগ্ৰেছৰ বিধায়ক ৰাজদীপ গোৱালাই গৰকাপ্তানি বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ সংশ্লিষ্ট বিষয়াবৰ্গসহ নাৰিকলি আৰু কদমতলীত ৰাষ্ট্ৰীয় ঘাইপথ নং ১৫ত পৰিদৰ্শন কৰাৰ সময়ত মাজে মাজে ঠেক কৰি নিৰ্মাণ কৰা আৰু মঙলদৈ পৌৰসভাৰ অন্তৰ্গত অধিকাংশই নিৰ্মাণ নকৰাকৈ ৰখা কথাটোত গভীৰ উৎকণ্ঠা ব্যক্ত কৰে।

Apply Now

শাসনাধিষ্ঠ  বিজেপি দলৰ বিধায়ক তপন গগৈআৰু ভবেশ কলিতা, কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী আৰু অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰে গঠিত বিধায়কৰ দলটোৱে আবেলিৰ ফালে গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথে নিৰ্মাণ কৰা জাবেৰিকুছিৰ দলঙলৈ যোৱা পথটো, চি এম দত্ত প্ৰবাহ জলসিঞ্চন প্ৰকল্পৰ মূল কামখিনি, মঙলদৈ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ মঙলদৈ ডিভিজনৰ এটা পাইপেৰে পানী যোগান আঁচনি আৰু জাবেৰিকুছিত পি এম জি এ ৱাইৰ অধীনত নিৰ্মিত এটা বাসগৃহ আদি কেইটামান আঁচনি পৰিদৰ্শন কৰে।

ইয়াৰ পূৰ্বে তেওঁলোকে বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষস্থানীয় বিষয়াৰ সৈতে ৪ ঘণ্টাতকৈও অধিক সময় আলোচনা কৰি জলসম্পদ, জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, গড়কাপ্তানি বিভাগৰ বিষয়াবৰ্গক বিগত তিনি বছৰত উন্নয়নৰ নামত ৰাজহুৱা ধনৰ অপব্যৱহাৰ বিৰূপ পৰিণামৰ ভোগ কৰিব লাগিব বুলি সকিয়াই দিয়ে।

বিধায়কসকলৰ প্ৰতিনিধি দলটোৱে দিনটোৰ কৰ্মব্যস্ততাৰ পাছত মঙলদৈৰ আৱৰ্ত ভৱনত ৰাত্ৰি যাপন কৰে।  এই উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে পৰিদৰ্শনৰ সময়ত পোৱা প্ৰতিৱেদন ৰাজ্যিক বিধানসভাৰ অধ্যক্ষৰ ওচৰত জমা দিব।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd