DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈ মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 19, 2018 7:12 pm
Prof HP Sarma (Left) is seen unfurling the flag of GU 1
84
VIEWS
Share on FacebookShare on Twitter

পোন প্ৰথমবাৰৰ বাবে আন্তঃমহাবিদ্যালয় পৰ্যায়ৰ কোনো প্ৰতিযোগিতা আয়োজনৰ সুবিধা লাভ কৰা দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয় অধীনৰ আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা। উল্লেখ্য যে প্ৰতিযোগিতাখন ল’ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ আজি শুভাৰম্ভণি মেচৰ ল’ৰা শাখাত ঘৰুৱা মঙলদৈ মহাবিদ্যালয়ৰ মুখা মুখী হয় হোজাই মহাবিদ্যালয়। মেচখনত ঘৰুৱা দল মঙলদৈয়ে হোজাইক ৩৫-১৮ৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়।

আনহাতে ছোৱালী শাখাত মাত্ৰ দুটা দলে অংশগ্ৰহণ কৰা একমাত্ৰ মেচখনত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘৰুৱা দল মঙলদৈ মহাবিদ্যালয়ক ২৫-১০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰে।

ইফালে শুভাৰম্ভণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ অধ্যাপক এইচ পি শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ কল্যাণ বিভাগৰ সঞ্চালক ৰঞ্জন কাকতি, দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ টি, মঙলদৈ মহাবিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি জয়ন্ত চহৰীয়াৰ লগতে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ নগেন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে।

লক্ষ্যণীয় যে ব্যাপক উৎসাহ উদ্দীপনাৰে মঙলদৈ মহাবিদ্যালয়ে আয়োজন কৰা আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীৰ দলৰ সেৰেঙা উপস্থিতিৰ বাবে ক্ৰীড়াপ্ৰেমীসকল যথেষ্ট নিৰুৎসাহী হোৱা পৰিলক্ষিত হৈছে। মনকৰিবলগীয়া যে প্ৰতিযোগিতাখনত মাত্ৰ সাতটা দলে অংশগ্ৰহণ কৰা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd