DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত আৰু আধাৰ পঞ্জীয়ন কেন্দ্ৰ খুলিব ভাৰতীয় তেল নিগমে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2018 8:54 pm
Aadhar's unique biometric info is used for preparing separate database in Assam
80
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বিভিন্ন ঠাইত আধাৰ কাৰ্ডৰ কাম-কাজ আগবঢ়োৱাৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে ভাৰতীয় তেল নিগমে (IOCL) চিন্তা-চৰ্চা কৰিছে।

মণিপুৰত কোম্পানিটোৰ এটা গ্ৰাম্য বিপণি কিচান সেৱা কেন্দ্ৰত ই আধাৰ পঞ্জীয়নৰ কাম হাতত লৈছিল। এই প্ৰচেষ্টাত ভাৰতীয় তেল নিগমে ৰাইজৰ ব্যাপক সঁহাৰি পাবলৈ সক্ষম হৈছিল।

লামচাঙৰ গ্ৰাম্য বিপণিত এই বছৰৰ জানুৱাৰি আৰু ফেব্ৰুৱাৰিত ই পতা আধাৰ পঞ্জীয়ন শিবিৰ দুটাই মুঠ ২১১ গৰাকী লোকক উপকৃত কৰিছিল।

ৰাজ্যখনৰ আন বিপণিসমূহকো এনে শিবিৰ আয়োজনৰ বাবে উৎসাহিত কৰিবলৈ নিগমক মণিপুৰ চৰকাৰেও আহ্বান জনাইছিল। ৰাজ্যখনত থকা ৮৯ টা তেল বিপণিৰ ৭১ টা ভাৰতীয় তেল নিগম (IOCL)ৰ, ১৪ টা ভাৰত পে’ট্ৰলিয়াম (BCPL)ৰ আৰু ৪ টা এছাৰ অইল (ESSAR OIL)ৰ।

নিগমৰ প্ৰথম দুটা শিবিৰত ৰাইজলৈ আধাৰ কাৰ্ডৰ বাবে আবেদনৰ ক্ষেত্ৰত হোৱা ভুল শুধৰোৱাৰো সুবিধা আগবঢ়োৱা হৈছিল।

Recent News

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd