DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰত মন্ত্ৰীয়ে নিজেই অভিযান চলাই জব্দ কৰিলে চোৰাং কাঠভৰ্তি ১৭খন ট্ৰাক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 5:34 pm
timber_Manipur
95
VIEWS
Share on FacebookShare on Twitter

এটা দৃষ্টান্তমূলক ঘটনাত মণিপুৰৰ বন মন্ত্ৰী টি শ্যামকুমাৰে অভিযান চলাই প্ৰায় ৩ লাখ টকা মূল্যৰ কাঠভৰ্তি ১৭খন ট্ৰাক জব্দ কৰে। লগতে এখন ৰিক’ভাৰি ট্ৰাকো জব্দ কৰা হয়। এই ঘটনাটো ঘটে ম্যানমাৰ সীমান্তৰ ফুংগ্যাৰ নামৰ ঠাইত। ফুংগ্যাৰ ইম্ফলৰ পৰা ১৩২ কিলোমিটাৰ দূৰত অৱস্থিত।

জানিব পৰামতে, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি এই ট্ৰাককেইখনৰ গৰাকীৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে।

মন্ত্ৰীজনে কয় যে সীমান্তৰ গাওঁবোৰত বহুতো অবৈধ কাঠমিল আছে। ‘কাঠবোৰ ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হয়। এই কাঠমিলবোৰত ঘৰ বনোৱাৰ উপযুক্তকৈ কাঠবোৰ কটা হয় আৰু সেইবোৰ পিছত ইম্ফললৈ চালান দিয়া হয়।’ মন্ত্ৰীজনে কয়।

শেহতীয়াভাৱে, মন্ত্ৰীজনে ইম্ফলত তেনেকুৱা অবৈধ কাঠ বাজেয়াপ্ত কৰিছিল। তেওঁ কয় যে সীমান্তত থকা দুটা শিবিৰৰ নিৰাপত্তা কৰ্মীয়ে ট্ৰাককেইখন ৰখোৱা নাছিল। তেওঁ লগতে কয় পাহাৰীয়া পথৰ ওপৰত বিন বিভাগে কিয় তালাচী চকী ৰখা নাই, সেইটো চৰকাৰে পৰীক্ষা কৰিব।

এই জব্দ কৰা কাঠখিনি পিছত নিলামত বিক্ৰী কৰা হ’ব বুলি মন্ত্ৰীজনে কয়।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd