DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত সৰু আইত আক্ৰান্ত দুটি শিশুৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 6:21 pm
R-i-570x320

প্ৰতিনিধিত্বমূলক ফটো

102
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত সৰু আই ৰোগত আক্ৰান্ত হৈ দুটি জনজাতীয় শিশুৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক কে ৰাজুৱে এই কথা প্ৰকাশ কৰিছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি আন পঞ্চাশটিতকৈয়ো অধিক শিশু এই ৰোগত আক্ৰান্ত হৈছে।

বিষয়াগৰাকীয়ে জনাইছে যে এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ঘটা ৰাজ্যখনৰ টামেঙলং জিলাৰ ফ’কলং গাঁৱৰ শিশুসকল ৰোগবিধত আক্ৰান্ত হৈছে। সঞ্চালকগৰাকীয়ে লগতে কয় যে চিকিৎসা সেৱাৰ ১২ জনীয়া এটা দল ঔষধ-পাতিৰে সৈতে গাঁৱখনত গৈ উপস্থিত হৈছে।

‘’এই ৰোগবিধ প্ৰতিৰোধৰ বাবে আক্ৰান্ত নোহোৱা শিশুসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব। তদুপৰি, ইতিমধ্যে ৰোগবিধত আক্ৰান্ত হোৱা শিশুসকলৰ উপযুক্ত যতন লোৱা হ’ব,’’-ৰাজুৱে কয়।

গাওঁবাসীয়ে অভিযোগ কৰে যে জিলাখনৰ স্বাস্থ্য বিষয়াসকলে জনজাতীয় শিশুসকলক আগতীয়াকৈ প্ৰতিষেধক টীকা দিয়া নাছিল।

সঞ্চালকগৰাকীয়ে কয় যে ৰাজ্যখনৰ আন অঞ্চলবোৰতো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণৰ বাবে স্বাস্থ্য বিষয়া আৰু সহযোগী চিকিৎসা কৰ্মীসকলে তৎপৰ হৈ পৰিছে।

 

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd