• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ টামেংলঙ জিলাত দলং ভাগি পৰি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

NE NOW NEWS সভাপতি চামম
ইম্ফল , March 4, 2018 8:06 pm

1 min read

Bridge collapse at Manipur
64
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ টামেংলঙ জিলাৰ ইম্ফল-জিৰিবাম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন গুৰুত্বপূৰ্ণ দলং আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাগি পৰে।

এন এল ০৩এ/৪৩০৮ নম্বৰৰ এখন চাউল ভৰ্তী ট্ৰাক ইয়াৰ ওপৰেৰে পাৰ হৈ গৈ থকাৰ সময়তে ইম্ফলৰ পৰা ১৫০ কি. মি. পশ্চিমত টৌছেম আৰক্ষী থানাৰ অন্তৰ্গত ছিবিলং গাৱঁৰ নুঙডোলানত অৱস্থিত উক্ত দলংখন ভাগি পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে জনাই যে জৰাজীৰ্ণ ৰূপ লোৱা পুৰণি দলংখনৰ নিৰ্মাণৰ কাম ইতিমধ্যে হাতত লোৱা হৈছিল।

প্ৰাপ্ত তথ্য মতে, দুৰ্ঘটনাটোত আহত হোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক নোনী জিলাৰ নুঙবাত অৱস্থিত সামুহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। চালকজনক বিষ্ণুপুৰ জিলাৰ মাইকেল ওৰফে বিকাশ বুলি চিনাক্ত কৰা হৈছে।

দলংখন ভাগি পৰাৰ ফলত জিৰিবামৰ পৰা ইম্ফলৰ দিশে গৈ থকা ৫ খন মালবাহী ট্ৰাক পথটোত আবদ্ধ হৈ পৰে বুলি আৰক্ষী সূত্ৰই জনায়। অৱশ্যে মেৰামতি চলি থকা এটা বাইপাছ পথেৰে সৰু বাহনৰ লগতে খালী ট্ৰাকসমূহৰ চলাচল চলি আছে বুলি সূত্ৰটোৱে জনায়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd