• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ বক্সাৰ মেৰীকমক সম্বৰ্ধনা জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , March 16, 2018 10:22 pm

1 min read

mk-266x200
67
VIEWS
Share on FacebookShare on Twitter

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বৰ্ধনা জনায় মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰীকমক । ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ত আয়োজিত ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ ১০৫তম অধিৱেশনৰ মুকলি অনুষ্ঠানতে প্ৰধান মন্ত্ৰীয়ে বক্সাৰ গৰাকীক উক্ত সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ছয়টা বিভিন্ন বিশ্ব চেম্পিয়নশ্বীপ প্ৰতিযোগিতাত পদক লাভ কৰা মেৰীকমেই হ’ল একমাত্ৰ মহিলা বক্সাৰ।

‘মেগনিফিচেণ্ট মেৰী’ নামেৰে জনাযাত মেৰীকমেই হ’ল একমাত্ৰ মহিলা ভাৰতীয় বক্সাৰ যিয়ে ২০১২ চনৰ অলিম্পিকত ৫১ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি দেশলৈ সগৌৰৱেৰে ব্ৰঞ্জৰ পদক বুটলি আনিবলৈ সক্ষম হৈছিল।

মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই সমাৰোহত উপস্থিত থাকে মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লাহ, মুখ্য মন্ত্ৰী এন বীৰেন সিং, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং, মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফ. আদ্য প্ৰসাদ পাণ্ডেৰ লগতে আয়োজক আৰু বিভিন্ন বিজ্ঞানী।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd