• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মণিপুৰৰ সংসদীয় সচিব নিযুক্তিঃ ৫ এপ্ৰিলত হ’ব চূড়ান্ত শুনানি

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , March 29, 2018 1:31 pm

1 min read

High
72
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজ্য চৰকাৰে ১২ গৰাকীকৈ  সংসদীয় সচিব নিযুক্তি দিয়াক প্ৰত্যাহ্বান জনাই কৰা দাখিল কৰা এখন লেখ আবেদনৰ ভিত্তিত উক্ত বিষয়টো সন্দৰ্ভত ৫ এপ্ৰিলত হ’ব চূড়ান্ত শুনানি গ্ৰহণ কৰিব মণিপুৰ উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে বিধায়ক অ’ সূৰ্যকুমাৰ আৰু আন তিনিগৰাকী বিধায়কৰ আবেদনৰ ভিত্তিত যোৱা মঙলবাৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰিছিল। উক্ত দিনাই মণিপুৰ উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যয়াধীশ এন কোটিশ্বৰ আৰু ন্যায়াধীশ কে নবিনৰ খণ্ড বিচাৰপীঠখনে ৫ এপ্ৰিলৰ দিনটো চূড়ান্ত শুনানিৰ বাবে ধাৰ্য কৰে।

আবেদনকাৰীসকলে অল ইণ্ডিয়া ৰিপ’ৰ্টছ ২০১৭ এছ চি ৩৫৫২ নিয়মাৱলীৰ ভিতৰত ১২ গৰাকী সংসদীয় সচিব নিযুক্তি দিয়াটো যুক্তিসংগত হয়নে নহয় এই সন্দৰ্ভত প্রশ্ন উত্থাপন কৰিছিল।

প্ৰসংগটোত চৰকাৰী পক্ষই উচ্চতম ন্যায়ালয়ৰ ৰায়টো ভালদৰে চালিজাৰি চোৱাৰ বাবে কিছু সময় বিচৰাৰ পৰিপ্ৰেক্ষিততে ৫ এপ্ৰিলৰ দিনটোত চূড়ান্ত শুনানি গ্ৰহণৰ বাবে ধাৰ্য কৰা হয়।

যদিহে অহা ৫ এপ্ৰিলত উচ্চ ন্যায়ালয়খনৰ ৰায় মণিপুৰ চৰকাৰৰ বিপক্ষে যায় তেন্তে সেয়া চৰকাৰখনৰ নৈতিক পৰাজয় বুলি গণ্য কৰা হ’ব বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই। সেয়েহে এতিয়া ৫ এপ্ৰিলৰ ৰায়দানটোলৈ বাট চাইছে ৰাইজে।

 

Recent News

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd