DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত আটক দুজন আফিং সৰবৰাহকাৰী

চভাপতি চামম by চভাপতি চামম
April 18, 2018 9:38 am
Drugs-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

100
VIEWS
Share on FacebookShare on Twitter

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা মণিপুৰ আৰক্ষীৰ বাবে আন এক সফলতা। মণিপুৰ আৰক্ষী বিভাগৰ নাক্ৰটিকছ এণ্ড এফেয়াৰ্ছ অৱ ব’ৰ্ডাৰে (NAB) মঙলবাৰে দুজন আফিং সৰবৰাহকাৰী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৩ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী আফিং জব্দ কৰে বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পায়।

আটকাধীন লোক দুজন ক্ৰমে ছুৰাছন্দপুৰ জিলাৰ আছাম ৰাইফলছ কেম্পৰ সমীপৰ চংডোৰ টনচিং হেইজিনৰ পুত্ৰ টি ছেইবই(২০) আৰু ছেনাপতি জিলাৰ জোউপিৰ ঠাংলেন কিপগেন(৩৭) বুলি NABৰ আৰক্ষী অধীক্ষক ডব্লিউ বাসু সিঙে পএছ বিজ্ঞপ্তিৰ যোগে সদৰী কৰে।

সিঙে জনোৱা অনুসৰি জব্দ কৰা নিচাজাতীয় সামগ্ৰী আফিঙখিনিৰ স্থানীয় বজাৰ মূল্য প্ৰায় ২ লাখ ১০ হেজাৰ টকা হ’ব।

‘তেওঁলোকৰ পৰা কিছু আপত্তিজনক নথি পত্ৰও জব্দ কৰা হৈছে। আৰু এই সম্বন্ধত NAB আৰক্ষী থানাত দুয়োজন লোকৰ ওপৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছো’ বুলিও প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পায়।

আনহাতে জিলা আৰক্ষীৰ এটা দলে পশ্চিম ইম্ফল জিলাৰ পৰা সোমবাৰে বিয়লি প্ৰায় ৩.৪৫ বজাত মাবই গিটি এলিয়াছ জেন(৩৯) নামৰ এজন কুকি ৰিভলুশ্যন ফ্ৰণ্টৰ(KRF) সক্ৰিয় সদস্যকো গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

গ্ৰেপ্তাৰ কৰা সদস্যজনৰ পৰা সজীৱ গুলীৰ লগতে এটা পিষ্টল আৰু অন্যান্য আপত্তিজনক নথি পত্ৰ জব্দ কৰে। ইতিমধ্যে সজস্য্যজনৰ ওপৰত ছেকমাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰখা বুলি উক্ত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd