• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰ ভ্ৰমণ সেনা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতৰ

NE NOW NEWS সভাপতি চামম
ইম্ফল , December 29, 2017 8:57 pm

1 min read

মণিপুৰ ভ্ৰমণ সেনা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতৰ
94
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ অস্থিৰ মণিপুৰৰ দুদিনীয়া ভ্ৰমণসূচী সামৰি আজি ৰাজ্যখন এৰিছে সেনা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতে। সেনা বাহিনীৰ এক প্ৰেছ বিবৃতি অনুসৰি ২৮ আৰু ২৯ ডিচেম্বৰত সেনা বাহিনীৰ মুৰব্বীজনে অসম ৰাইফলচৰ ইনস্পেক্টৰ জেনেৰেল (দক্ষিণ) ৰ কাৰ্যালয় ভ্ৰমণ কৰে। উক্ত ভ্ৰমণৰ সময়ত সেনাৰ মুৰব্বীজনক সংগ দিয়ে সেনা বাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল অভয় কৃষ্ণা আৰু স্পিয়েৰ্চ কৰ্পচৰ লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে। জেনেৰেল ৰাৱতৰ সন্মুখত ৰাজ্যখনৰ বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সংক্ষিপ্তষাৰ দাঙি ধৰে অসম ৰাইফলচ (দক্ষিণ)ৰ ইনস্পেক্টৰ জেনেৰেল মেজৰ জেনেৰেল বিৰেন্দ্ৰ আৰু ৫৭ নং মাউণ্টেইন ডিভিজনৰ মেজৰ জেনেৰেল উ সুৰেশ কুমাৰে। বিবৃতিটোত লগতে কোৱা হৈছে যে সেনা বাহিনীৰ মুৰব্বীজনে অভিযানগত প্ৰস্তুতিৰ বুজ লৈ নিৰাপত্তা বাহিনী সমূহৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁ ৰাজ্যখনৰ শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰাৰ বাবে সেনা জোৱান সকলে চলোৱা প্ৰচেষ্টাৰ শলাগ লয় আৰু তেওঁলোকক পেছাদাৰিত্ব বজাই ৰাখি ভাৰতীয় সেনাৰ প্ৰকৃত উদ্যমেৰে তেওঁলোকৰ কাম-কাজ কৰি যোৱাৰ বাবে আহ্বান জনায়।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd