• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মদৰ নিচাত থকা ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে কলিয়াবৰৰ অমৰ গৰাইতে

NE NOW NEWS ৰিদীপ শৰ্মা
কলিয়াবৰ , April 8, 2018 6:40 pm

1 min read

মদৰ নিচাত থকা ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে কলিয়াবৰৰ অমৰ গৰাইতে
73
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ মিছা থানা এলেকাৰ ৰৌমাৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এটা ইটাভাটাত শনিবাৰে নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে এন আৰ নামৰ ইটাভাটাটোৰ শ্ৰমিকগৃহত সংঘটিত উক্ত হত্যাকাণ্ডটোত শ্ৰমিক হিচাপে নিয়োজিত টনি গৰাইত নামৰ শ্ৰমিকজনে নিজৰে ভাতৃ অমৰ গৰাইটক নিৰ্মমভাৱে হত্যা কৰে।

উল্লেখযোগ্য যে সুৰাৰ ৰাগিত মতলীয়া টনি গৰাইতে এখন কোৰেৰে অমৰ গৰাইতক উপৰ্যুপৰি প্ৰহাৰ কৰাত লোকজন গুৰুতৰভাৱে আহত হয়। পিছত আহত অমৰক জখলাবন্ধা এফ আৰ ইউত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও নিশালৈ লোকজনে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

কি কাৰণত লোকজনে এই হত্যকাণ্ডটো সংঘটিত কৰিলে তাক এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে মিছা আৰক্ষীয়ে সম্প্ৰতি অভিযুক্ত টনি গৰাইটক নিজৰ জিম্মাত ৰাখি জেৰা চলাই আছে।

আনহাতে স্থানীয় ৰাইজে কৰা অভিযোগ মতে হত্যাকাণ্ড সংঘটিত হোৱা এন আৰ ইটাভাটা কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd