DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰিত্ব পোৱাত নৈতিকতাৰ ‘কথা নাই’; গুৰুত্বপূৰ্ণ পদবী ত্যাগ জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 6:29 pm
PrashantaPhukan New BJP's must work as cadres, says MLA Prashanta Phukan bjp assam

প্ৰশান্ত ফুকনৰ ফাইল ছবি।

169
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিজেপিত ‘কনিষ্ঠ, জ্যেষ্ঠ, নীতি-নৈতিকতা এইবোৰৰ কোনো কথা নাই। জোৰ যাৰ মুলুক তাৰ। এইধৰণৰ কথাই যদি হয় আমাৰ নিচিনা মানুহ টিকি থকাটো অসম্ভৱ’ দুবছৰৰ মূৰত আজি ২৬ এপ্ৰিলত গুৱাহাটীত সোণোৱাল মন্ত্ৰীসভা নতুন সদস্যসকলৰ শপতগ্ৰহণ চলি থকা সময়তে ডিব্ৰুগড়ত এই বিস্ফোৰক মন্তব্য কৰিছে বিজেপি ( Assam BJP )ৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সমান্তৰালভাৱে অসম বিজেপিৰ পঞ্চায়ত নিৰ্বাচন ৰণকৌশল সমিতিৰ সভাপতি পদৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদো আজি ত্যাগ কৰিছে বিধায়ক ফুকনে।

‘ৰাজনীতিত মোৰ কোনো লবি নাই, লবি থকা হ’লে হয়তো আজি মন্ত্ৰিত্ব পালোহেঁতেন’ সংবাদ মাধ্যমৰ আগত দুখেৰে মন্তব্য কৰিছে ডিব্ৰুগড়ৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত অসম বিজেপিৰ ‘পুৰণি’ নেতাজনে।

‘মন্ত্ৰিত্ব পোৱা মোৰ সহযোগী বিধায়কসকলক মই অভিনন্দন জনাইছো। মই তেওঁলোকৰ দৰে হয়তো যোগ্য নহওঁ, সেয়ে মই মন্ত্ৰিত্ব পোৱা নাই’ বুলিও তেওঁ মন্তব্য কৰে।

‘মোৰ যোগ্যতাৰ ওপৰত মোৰ নিজৰে সন্দেহ আছে। সেয়ে আজি পদত্যাগ কৰিছো’ বুলি মন্তব্য কৰা ফুকনে সংবাদ মাধ্যমক কয় যে ‘দলৰ ক্ষতি নহ’বলে’ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিছে।

আনহাতে মন্ত্ৰিত্ব নোপোৱা বাবে দলত্যাগ কৰিব নেকি জানিব খোজাত ফুকনে ‘মই জন্ম হৈছো ভাৰতীয় জনতা পাৰ্টিত আৰু যিদিনালৈকে ৰাজনীতিত থাকিম। ৰাজনীতি যিদিনা এৰিম সেইদিনা ভাৰতীয় জনতা পাৰ্টি এৰিম’ বুলি জানিবলৈ দিয়ে।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ লগে লগেই বিজেপিত মন্ত্ৰিত্ব নোপোৱা আন জ্যেষ্ঠ নেতাৰো ক্ষোভৰ জুই জ্বলিছে বুলি জানিব পৰা গৈছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd