• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ পিছুৱাই ৰখাটো কৌশল আছিল নেকি?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 26, 2018 5:58 pm
Ministry
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি (২৬ এপ্ৰিল, ২০১৮) সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাখনৰ বহু আকাংক্ষিত সম্প্ৰসাৰণ বাস্তৱত দেখা যায়। আজি ৭জন নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পিছত মন্ত্ৰীসভাখন সম্প্ৰসাৰণৰ সময় পুনঃ নৱীকৰণ প্ৰক্ৰিয়াটোৰ অন্ত পৰে।

প্ৰশ্ন হয়,- মন্ত্ৰীসভাখন সম্প্ৰসাৰণ নকৰাটো এটা কৌশল আছিল নেকি বা বাৰে বাৰে ইয়াৰ সম্প্ৰসাৰণ কৌশলেৰে পিছুৱাই ৰখা হৈছিল নেকি?

Apply Now

মনলৈ আহিব পৰা কথাটো হ’ল- মন্ত্ৰীসভাখন সম্প্ৰসাৰণ নকৰা বাবেই ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন মন্ত্ৰীৰ হাততে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ দি ৰাখিব লগীয়া হৈছিল। মন্ত্ৰী শৰ্মাৰ হাতত এতিয়ালৈকে শিক্ষা, স্বাস্থ্য, বিত্ত, পৰিকল্পনা আৰু উন্নয়নৰ দৰে অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিভাগ আছে। নিজৰ হাতত এই গুৰুত্বপূৰ্ণ বিভাগবোৰ যাতে অধিক সময় ৰাখিব পাৰে সেইটোৱেই মন্ত্ৰীসভা সম্প্ৰসাৰণ নকৰাৰ আঁৰৰ কৌশল আছিল নেকি?

পূৰ্বৰ চৰকাৰখনৰ মুৰব্বী তৰুণ গগৈয়ে শেহৰ পাঁচ বছৰত মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিব নোৱাৰিছিল উমি উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰা দপদপাই জ্বলাৰ ভয়ত। কিন্তু সৰ্বাৰ চৰকাৰে কিহৰ ভয়ত কৰিব নোৱাৰিছিল?

উল্লেখযোগ্য যে যোৱা দুবছৰে মাত্ৰ ১১জন মন্ত্ৰীৰে চলি থকা সোণোৱাল মন্ত্ৰীসভাখন সম্প্ৰসাৰণৰ বাবে কেইবাবাৰো সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু মূৰকত সেই সময় পুনৰ নৱীকৰণ কৰা হৈছিল।

যিসময়ত শাসনাধিষ্ঠিত মৰ্চাৰ ৭৬জন বিধায়কে মন্ত্ৰিত্বৰ দায়িত্ব ল’বলৈ আশা আৰু উদ্যমেৰে সাজু হৈ আছিল, সেই সময়ত সৰ্বাধিক ১৯জন মন্ত্ৰীৰ শক্তিযুক্ত মন্ত্ৰীসভাখনক কিয় দুবছৰে নিশকতীয়া কৰি ৰাখিলে মুখ্য মন্ত্ৰী সোণোৱাল তথা বিজেপি নেতৃত্বই? নিশকতীয়া মন্ত্ৰীসভাই দেখুৱাব পৰা দুৰ্বল পাৰদৰ্শিতাৰ পৰা ৰাইজৰো লোকচান হোৱা নাইনে? এজন মন্ত্ৰীয়ে পাঁচবছৰ সময়ত যিমান কাম কৰিব পাৰে, তিনি বছৰত তিমান কাম সম্ভৱ হ’বনে? পৰিৱৰ্তনৰ কথা কৈ থকা, কৰ্ম-সংস্কৃতিৰ কথা কৈ থকা চৰকাৰৰ এই বিপৰীত স্থিতি কিয়?

পূৰ্বে কংগ্ৰেছী মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ছোনিয়া গান্ধীৰ (তদানীন্তন কংগ্ৰেছ অধ্যক্ষা) অনুমতি নোপোৱা বাবেই মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰিব পৰা নাই বুলি সমালোচনা উঠিছিল।

এতিয়াও সৰ্বানন্দ সোণোৱালে আৰ এছ এছৰ অনুমোদন নোপোৱা বাবে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব নোৱৰা অভিযোগটো সঁচা নেকি? যদি সেয়ে হয়, আৰ এছ এছৰ হাতৰ পুতলাত পৰিণত হোৱা চৰকাৰ এখনে অসমৰ ৰাইজৰ সেইবোৰ স্বাৰ্থত নিজৰ মাত দিব পাৰিব নে, যিবোৰ স্বাৰ্থৰ সৈতে গেৰুৱাৰঙী ভাৰত ৰাষ্ট্ৰৰ স্বাৰ্থৰ অগ্ৰাধিকাৰৰ প্ৰশ্নটো থাকিব? উদাহৰণস্বৰূপে, তেতিয়া হ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰশ্নটোত আৰ এছ এছৰ শ্ৰুতলিপিয়েই অসম চৰকাৰৰ স্থিতি নিৰ্ণয় কৰাটো নিশ্চিত।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd