DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ সমষ্টিত চিকিৎসালয়লৈ ভাৰ কৰি নিব লাগে ৰোগীক

উত্তম শইকীয়া by উত্তম শইকীয়া
June 22, 2018 9:04 pm
মন্ত্ৰী অতুল বৰাৰ সমষ্টিত চিকিৎসালয়লৈ ভাৰ কৰি নিব লাগে ৰোগীক
113
VIEWS
Share on FacebookShare on Twitter

কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত যাতায়াতৰ দুৰৱস্থাৰ বাবে ৰোগীক কান্ধত ভাৰ কৰি কঢ়িয়াব লগা হৈছে জাপৰি পথাৰৰ জনসাধাৰণে ৷

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজন এলেকাৰ কাষেৰে যোৱা ডিফলু নদীৰ পাৰতে অৱস্থিত এই অঞ্চলটো সকলো ফালৰ পৰাই অৱহেলিত আৰু বঞ্চিত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভেৰণি বনশিবিৰৰ কাষতে ডিফলু নদীৰ ওপৰত থকা এখন বাহঁৰ দলঙেই জাপৰি পথাৰলৈ যোৱা একমাত্ৰ যোগসূত্ৰ ৷

কিন্তু শেহতীয়াকৈ ডিফলুত অহা প্ৰলয়ংকাৰী ঢলে এই বাঁহৰ দলংখন উটুৱাই নিয়াৰ পাচত বহি বিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে জাপৰি পথাৰবাসী ৰাইজৰ।

ফলত অঞ্চলটৰ ৰাইজ এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। হাত নাৱেৰে ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ যাব লগা হৈছে। বিশেষকৈ বিভিন্ন ৰোগত ভোগা ৰোগী সকলে এই ক্ষেত্ৰত অধিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। আনকি যাতায়াতৰ সুবিধা নোহোৱাত এতিয়া ৰোগীক ভাৰ কৰি কঢ়িয়াই চিকিৎসালয়লৈ নিব লগা হৈছে ৷

উল্লেখযোগ্য যে চৰকাৰক এই সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ অৱগত কৰোৱাৰ পিছতো চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ উচিত ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ নকৰিলে। শেষত উপায়ন্তৰ হৈ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং ডিফলু নদীৰ ওপৰত নিৰ্মাণ কৰি লৈছিল।

কিন্তু শেহতীয়াকৈ ডিফলু নদীৰ ঢলে বাঁহৰ দলংখন উটুৱাই নিয়াত স্থানীয় ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd