• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম’বাইলৰ হে’ডফ’নে প্ৰাণ ল’লে ত্ৰিপুৰাৰ যুৱকৰ

NE NOW NEWS শিবাশিস চক্ৰবৰ্তী
শিলচৰ , April 28, 2018 9:44 pm

1 min read

ম’বাইলৰ হে’ডফ’নে প্ৰাণ ল’লে ত্ৰিপুৰাৰ যুৱকৰ
130
VIEWS
Share on FacebookShare on Twitter

কাণত হে’ডফ’ন লগাই অসাৱধানভাৱে যোৱাটোৱেই কাল হ’ল ত্ৰিপুৰাৰ এজন যুৱকৰ।

কাণত হে’ডফ’ন লগাই বদৰপুৰ ৰে’ল ক্ৰছিঙৰ ওচৰত ৰে’লপথ পাৰ হওঁতেই ২২ বছৰীয়া তাপস পাল নামৰ যুৱকজনক শিলচৰ মহিশাসন এক্সপ্ৰে’ছে ৰে’লখনে কাটি দুটুকুৰা কৰে। ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে আজি ২৮ এপ্ৰিলৰ দিনৰ ১০ মান বজাত ঘটনাটো ঘটে।

জানিব পৰা মতে মৃত তাপস পাল বদৰপুৰৰ সমীপত চলি থকা বৰাক নৈ খননৰ শ্ৰমিক আছিল।

সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক অসংখ্য পথ দুৰ্ঘটনাত বহুলোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ সময়তে হে’ডফ’নো শেহতীয়াকৈ বহু দুৰ্ঘটনাৰ কাৰক হৈ পৰা দেখা গৈছে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশত ১৩ গৰাকী কণমাণি ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুওৱা ঘটনাটোও কাণত হে’ডফ’ন লগোৱা চালকে ৰে’লপথ পাৰ হওঁতেই সংঘটিত হৈছিল।

ভাৰতত প্ৰতি বছৰে ডেৰ লাখ গৰাকী লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হয়।

ভাৰতত পথ দুৰ্ঘটনাৰ ২০১৬ বৰ্ষৰ প্ৰতিবেদন মতে দেশত প্ৰতি বছৰে ৪ লাখটাতকৈও অধিক পথ দুৰ্ঘটনা ঘটে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd