DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মমিনুল আৱালৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰিলে কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 1:09 pm
Mominul_Awal
100
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ অধিকাংশ মুচলমান বিধায়কেই বাংলাদেশী মূলৰ বুলি ৰাজিক্য বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে বিতৰ্কিত মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত কয় যে কংগ্ৰেছ দলৰ কোনো বিধায়কেই বাংলাদেশী মূলৰ নহয়। মমিনুল আৱালৰ ইতিহাসৰ সম্যক জ্ঞান নাই বাবেই এনে আজৱ মন্তব্য কৰিছে।

“বাংলাদেশৰ জন্ম হৈছিল ১৯৭১ চনত। তাৰ বহু দশক পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা তথা অসমৰ সমাজ জীৱনৰ লগত বিলীন হোৱা বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম অংগস্বৰূপ মুছলমান সম্প্ৰদায়ৰ কংগ্ৰেছত থকা বিধায়কসকলক বাংলাদেশী মূলৰ বুলি কৈ মমিনুল আৱালে অসমৰ সমগ্ৰ মুছলমানক অপমান কৰিছে।”  এইদৰে কোৱা হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰেছ বিজ্ঞপ্তিটোত।

ইয়াৰ লগতে প্ৰদেশ কংগ্ৰেছে কয় যে এনে মন্তব্যৰ বাবে মমিনুল আৱালে ক্ষমা খুজিব লাগিব। তাৰোপৰি তেওঁ কোন মূলৰ মুছলমান সেয়াও ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে  প্ৰদেশ কংগ্ৰেছে। বিজ্ঞপ্তিটোত কোৱা হৈছে যে বিজেপি চৰকাৰৰ বিফলতা, প্ৰতাৰণা ঢাকিবলৈ মমিনুল আৱালে চালে-বেৰে কোবোৱা কথাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে।

“কোন কি মূলৰ ব্যক্তি সেই বিষয়ত বিজেপিৰ দলৰ মুখপাত্ৰই চাৰ্টিফিকেট দিব নালাগে। মমিনুল আৱাল কোন মূলীয় মুছলমান প্ৰথমে সেই কথা ৰাজহুৱা কৰক।” এইদৰে কোৱা হয় বিবৃতিটোত।

আনহাতে মমিনুল আৱালৰ এই বিতৰ্কিত মন্তব্য তথা ভিত্তিহীন অভিযোগক তীব্ৰ প্ৰত্যাহ্বান জনাইছে নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই। তেওঁ ২৩ এপ্ৰিলত নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল দি কয় যে তেওঁ মমিনুলে ভাৰত তথা অসমৰ ইতিহাস নাজানে। আৱালে যদি ক্ষমা নিবিচাৰে ১৫ জন বিধায়কে আইনৰ আশ্ৰয় লোৱা হ’ব বুলিও তেওঁ ব্যক্ত কৰে।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd