• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত ড্ৰাগছ মাফিয়া পাখি মিঞালৈ দুৰ্বৃত্তৰ গুলী

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গুৱাহাটী , December 7, 2017 1:53 pm

2 min read

মহানগৰীত ড্ৰাগছ মাফিয়া পাখি মিঞালৈ দুৰ্বৃত্তৰ গুলী
79
VIEWS
Share on FacebookShare on Twitter

কালি সন্ধিয়া মৃদু চাঞ্চল্য সৃষ্টি কৰা এটা ঘটনাত কুখ্যাত ড্ৰাগছ মাফিয়া তথা অস্ত্ৰ সৰবৰাহ, ডকাইতি আদি বিভিন্ন অপৰাধমূলক কামকাজত জড়িত পাখি মিঞা ওৰফে চামচুল হক চৌধুৰীক এখন জিপচি গাড়ীত গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই গুলীয়ায়। ঘটনাটো ঘটে গুৱাহাটী মহনগৰীৰ ভেটাপাৰা অঞ্চলত। বিশেষ সূত্ৰই দাবী কৰা মতে গুলী চালনা কৰা দুৰ্বৃত্তকেইজন পাখি মিঞাৰ বিৰুদ্ধ পক্ষৰ লোক আছিল। গুলী চালনাৰ ফলত পাখি মিঞাৰ হাতৰ তলুৱাত সামান্য আঘাত লগাৰ বাদে বিশেষ একো হোৱা নাই বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হয়। ঘটনাৰ সময়ত তেওঁৰ সৈতে আন দুজন লোকো গাড়ীখনত আছিল আৰু তেওঁলোকে আঘাত পোৱা নাই বুলি সূত্ৰটোৱে কয়।

উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধমূলক কামকাজত জড়িত পাখি মিঞা ওৰফে চামচুল হক চৌধুৰী বহু দিন কাৰাগাৰত আছিল। মহানগৰীৰ এম পি জুৱেলাৰ্ছৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড তথা অস্ত্ৰ সৰবৰাহতো তেওঁ জড়িত আছিল। কিন্তু অসম আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে পাখি মিঞা এই বছৰৰ আগষ্ট মাহত জামিন লৈ মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয়। কাৰাবাস কটোৱাৰ পূৰ্বে অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰনি স্বৰূপ হৈ উঠিছিল পাখি মিঞা। কেইবাবাৰো অসম আৰক্ষীৰ চকুত ধূলি দিবলৈ তেওঁ সক্ষম হৈছিল। আনকি এবাৰ আৰক্ষীৰ পহৰাক ৰামঠগন দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰাই তেওঁ আৰক্ষীৰ জিম্মাৰ পৰাই পলাই গৈছিল। আমাৰ বিশেষ সূত্ৰটোৱে জনোৱা মতে কালিৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd