• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত বিলাসী বাছ সেৱাৰ শুভাৰম্ভ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2018 6:48 pm

2 min read

Assam State Transport Corporation
177
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত বুধবাৰে ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ভল্ভৰ বিলাসী বাছ সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে।

এই বিলাসী বাছ সমূহ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ যৌথ সহযোগত প্ৰচলন কৰা হৈছে।

জানিব পৰা মতে এই বিলাসী বাছ সমূহে গুৱাহাটী আই এছ বি টিৰ পৰা গুৱাহাটী-শদিয়া, উত্তৰ লক্ষীমপুৰ-গুৱাহাটী, গুৱাহাটী-শিলিগুৰি আৰু গুৱাহাটীৰ পৰা শিৱসাগৰলৈকে যাত্ৰা কৰি ৰাজ্যখনৰ জনসাধাৰণক  সেৱা আগবঢ়াব।

শুভাৰম্ভণি অনুষ্ঠানটোত মন্ত্ৰী গৰাকীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগম এটা ৰাজহুৱা খণ্ড আৰু তেওঁ এই বিলাসী বাছসমূহে কম খৰচৰ বিনিময়ত নিতৌ অহা-যোৱা কৰা যাত্ৰী সকলক এক সুবিধাজনক আৰু আৰামদায়ক সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ দ্বাৰা প্ৰচলন কৰা এই বিলাসী বাছ সেৱা সমূহত অসম ৰাজ্যিক পৰিবহণ নিগমেও অৱদান আগবঢ়াব।

মন্ত্ৰী গৰাকীয়ে লগতে আৰু কয় যে, ‘বিলাসী বাছ সমূহ এচি, টিভি, ৱাই-ফাই আৰু ম’বাইল চাৰ্জ কৰিব পৰাকে ধৰি বিভিন্ন সা-সুবিধাৰে সু-সজ্জিত। ইয়াৰ উপৰি যাত্ৰী সকলক তেওঁলোকৰ স্থানৰ পৰা অনা আৰু থোৱাৰ সুবিধা প্ৰদান কৰিবৰ বাবে ইতিমধ্যে ৰেডিঅ’ কেব সেৱা আৰু অ এল এৰ সৈতে কথাবাৰ্তা হৈছে।’

পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে এ এছ টি চিয়ে ৩৪ খন ভল্ভ’ বাছ প্ৰচলন কৰিব আৰু ইয়াৰ পাছৰ পৰ্যায়ত ১৭৫ খন মাৰ্চিদিছ বাছৰ সেৱা প্ৰৱৰ্তন কৰিব।

এ এছ টি চিৰ ৰাজহ ৩৪ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে ব্যয়ৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস পোৱাত মন্ত্ৰী গৰাকী সুখী হোৱা বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ কৰ্মকুশলতা পদ্ধতিৰ জৰিয়তে পৰিচালন ক্ষমতা সুনিশ্চিত কৰা হৈছে যাতে এ এছ টি চিৰ ভৱিষ্যৎ ভাল হয়।

শুভাৰম্ভণি অনুষ্ঠানটোত এ এছ টি চিৰ সঞ্চালক আশুতোষ অগ্নিহ’ত্ৰী আৰু পৰিচালন সঞ্চালক এ পি টিৱাৰী উপস্থিত আছিল।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd