• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ হাতীগাৱঁৰ ছাত্ৰী অপহৰণৰ ঘটনা : অপহৃতাক উদ্ধাৰৰ পাছত ওলাল ওৰহী গছৰ ওৰ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , May 13, 2018 9:21 pm

1 min read

women tortured
3.1k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ হাতীগাৱঁৰ অনুপম পথৰ পৰা কালি, অৰ্থাৎ শনিবাৰে সন্ধিয়া দুগৰাকী কিশোৰী অপহৃত হোৱা ঘটনাটোৱে নতুন মোৰ লৈছে। কালিয়েই ৰাতিলৈ আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই কিশোৰী দুগৰাকীক বকোত এখন নৈশবাছৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই সন্দৰ্ভত দুজন যুৱককো আটক কৰিছিল। আৰক্ষীৰ অধিক তদন্তই পোহৰলৈ আনিছে ওৰহী গছৰ ওৰ। অষ্টম শ্ৰেণীত পঢ়ি থকা ছোৱালী দুগৰাকীক প্ৰকৃততে কোনেও অপহৰণ কৰা নাছিল, প্ৰেমজনিত কাৰণতহে নিজেই অন্তৰ্ধান হৈছিল কিশোৰী দুগৰাকী।

উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়াৰ ভাগত উক্ত অঞ্চলটোৰ পৰা দুগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ হোৱা বুলি ৰাতি হাতীগাওঁ আৰক্ষী থানাত মাকনী বেগম নামৰ এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নৈশ বাছত অভিযান চলাই কামৰূপৰ বকোৰ পৰা ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰে। লগতে ব্ৰজেন বৰা আৰু মনোজ কুমাৰ ছেত্ৰী নামৰ দুজন যুৱককো ঘটনা সন্দৰ্ভত আটক কৰে। ধৃত ব্ৰজেন বৰাৰ ঘৰ গোলাঘাটত আৰু মনোজ কুমাৰ ছেত্ৰীৰ অৰুণাচল প্ৰদেশত।

যুৱক দুজনৰ ভাষ্য অনুসৰি ছাত্ৰী দুগৰাকীয়ে শনিবাৰে তেওঁলোকক গোৱালপাৰাত থৈ আহিবলৈ দুয়োজনকে জোৰ কৰি নিছিল। গোৱালপাৰাত থকা প্ৰেমাস্পদৰ ওচৰলৈ তেওঁলোকে যোৱাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই সন্দৰ্ভত হাতীগাওঁ আৰক্ষীয়ে ৩০৪/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬(ক)/৩৪ ধাৰাত এটা গোচৰ ৰুজু কৰি যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd