• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰৰ যানজঁট লাঘৱৰ বাবে অসমৰ অভিযন্তাৰ দ্বাৰা বিকশিত এপ ‘পাৰ্কিং ৰাইনো’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 3:05 pm
Parking Rhino
132
VIEWS
Share on FacebookShare on Twitter

অসমৰ দুগৰাকী যুৱ অভিযন্তাই ‘পাৰ্কিং ৰাইনো’ নামেৰে এটা নতুন ‘এপ’ বিকশিত কৰিছে। এই ‘এপ’টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাহন পাৰ্কিঙৰ সমস্যাটো লাঘৱ কৰাত সহায় কৰিব।

এই ‘এপ’টোৱে গুৱাহাটীৰ ৰাষ্টাৰ কাষত থকা আৰু ৰাষ্টাৰ পৰা দূৰত থকা দুয়োবিধ পাৰ্কিং স্থানৰ ব্যৱস্থাপনা কৰিব। গুৱাহাটীৰ বাহিৰেও এই ‘এপ’টোৱে যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু তেজপুৰ চহৰকো সামৰি ল’ব আৰু চালকসকলক মুহূৰ্তৰ বাৰ্তা মুহূৰ্তে যোগান ধৰি থকিব।

অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ত্ৰিদীব কোঁৱৰ আৰু মৃগাংক ডেকাই যোৱা বছৰ ‘ধাৰণা গঠন’ কাৰ্যসূচীৰ অন্তৰ্গত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা ‘বীজ পূঁজি’ (অংশদাৰিত্বৰ চৰ্তত লাভ কৰা কৰা বিনিয়োগ) লাভ কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ কাৰ্যসূচী গুৱাহাটীত আৰম্ভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান এই ‘এপ’টো ভাৰতৰ ১৫খন আৰু ফিলিপাইনছৰ দুখন মহানগৰত কাৰ্যক্ষম হৈ আছে আৰু ভৱিষ্যতে ইয়াক দক্ষিণ পূব এছিয়াৰ আৰু কেইখনমান দেশত চলোৱাৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে।

‘পাৰ্কিং ৰাইনো’ৱে পৰৱৰ্তী কেইটামান মাহৰ ভিতৰতে গুৱাহাটী-শ্বিলং পথ আৰু জু ৰোডত অৱস্থিত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ৫০ৰো  অধিক পাৰ্কিং স্থান সামৰি লোৱাৰ সম্ভাৱনা আছে। ফাইনেঞ্চিয়েল এক্সপ্ৰেছৰ দ্বাৰা প্ৰকাশিত এটা বাতৰিত প্ৰকাশ যে বাংগালুৰুত শোচনীয় পাৰ্কিং ব্যৱস্থাৰ পৰা লাভ কৰা অসুবিধাৰ কবলত পৰি ‘এপ’টো বিকশিত কৰাৰ কথা মনলৈ আহিছিল অভিযন্তাদ্বয়ৰ।

অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেডে  নতুন উদ্যোগক উৎসাহিত কৰাৰ বাবে আৰম্ভ কৰা ‘ধাৰণা গঠন’ কাৰ্যসূচীত ‘পাৰ্কিং ৰাইনো’কে ধৰি আন দুটা প্ৰকল্পও বাস্তৱায়িত কৰাৰ বাবে কোম্পানীটোৰ পৰা পুঁজি লাভ কৰিছিল।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd