DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে’ত সপ্তম স্থানহে পালে হিমা দাসৰ দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2018 2:27 pm
HimaDas
160
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত চলিত কমনৱেল্থ গেইমছৰ আজি অনুষ্ঠিত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে’ৰ ফাইনেলত সপ্তম স্থানহে পালে হিমা দাসৰ ভাৰতীয় দলটোৱে। আজি ভাৰতীয় সময়মতে ১২.০৮ বজাত অনুষ্ঠিত ফাইনেলত পদক জয়ৰ লক্ষ লৈ দৌৰা ভাৰতীয় মহিলা দলটো শেষৰ ফালৰ পৰা দ্বিতীয় স্থানত ৰয়। ভাৰতীয় দলটোত হিমাৰ উপৰি পশ্চিম বংগৰ ছোনিয়া বৈশ্য, কৰ্ণাটকৰ পূভাম্মা ৰাজু আৰু গুজৰাটৰ সৰিতাবেন গাইকোৱাড়ো আছিল।

চলিত কমনৱেল্‌থ গেইমছত চমকপ্ৰদ প্ৰদৰ্শন কৰা অসমৰ হিমা দাসৰ বাবে এইটো আছিল বৃহৎ প্ৰতিযোগিতাখনত ব্যক্তিগত দ্বিতীয়টো ফাইনেল।

ট্ৰেকত সদায়ে দমন অব্যাহত ৰখা জামাইকাই এই ৰিলেই ফাইনেলৰ স্বৰ্ণ পদক দখল কৰাৰ লগতে আফ্ৰিকান দেশ নাইজেৰিয়া আৰু বটছোৱানে ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক পায়।

ভাৰতে তাৰ পিছত ক্ৰমে স্থান লোৱা ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু স্কটলেণ্ডৰ পিছত ৰয়। ভাৰতৰ পিছত অন্তিমটো স্থানৰ দল হয় উগাণ্ডা।

উল্লেখযোগ্য যে হিমা দাসে প্ৰথমবাৰ কমনৱেল্‌থ গেইমছত ভাগ লৈয়ে মহিলাৰ ৪০০ মিটাৰৰ ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ফাইনেলত ষষ্ঠ স্থানত ৰ’লেও নিজৰ কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল।

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd