• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে দীপা কৰ্মকাৰক আগবঢ়ালে ব্যতিক্ৰমী সফল মহিলা বঁটা

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , January 21, 2018 8:42 pm

1 min read

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে দীপা কৰ্মকাৰক আগবঢ়ালে ব্যতিক্ৰমী সফল মহিলা বঁটা

ভাৰতৰ প্ৰতিভাৱান মহিলা জিমনাষ্ট দীপা কৰ্মকাৰ

109
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনত অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিভাৱান জিমনাষ্ট দীপা কৰ্মকাৰে ২১ জানুৱাৰি দেওবাৰে ব্যতিক্ৰমী সফল মহিলা বঁটা লাভ কৰে।

তেওঁক এই বঁটা আগবঢ়াইছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে।

মহিলা জমনাষ্টিকৰ বৰ্তমান প্ৰদৰ্শন কৰা আটাইতকৈ কঠিন শৈলী হিচাপে পৰিগণিত প্ৰদুনভা তেওঁ প্ৰদৰ্শন কৰে।

বিগত ৫২ বছৰত এই ক্ৰীড়াত অংশগ্ৰহণ কৰা তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত তেওঁ দেখুওৱা উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰে সেইবছৰৰ আগষ্ট মাহত তেওঁক খেল ৰত্ন বঁটাৰে সন্মানিত কৰে।

ভাৰতত মহিলা খেলুৱৈৰ প্ৰদৰ্শন সম্পৰ্কত থকা নেতিবাচক ধাৰণাক অতিক্ৰম কৰি দীপা কৰ্মকাৰে প্ৰমাণ কৰিছে যে বিদেশী মহিলা খেলুৱৈৰ দৰে আমাৰ ভাৰতীয় মহিলা খেলুৱৈয়েও উপযুক্ত প্ৰশিক্ষণ আৰু সুবিধা পালে আন্তৰ্জাতিক ক্ৰীড়াত চমক দিব পাৰে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd